Tense situation in Shillong: শ্বিলঙত উত্তেজিত জনতাই জ্বলালে আৰক্ষীৰ বাহন

author img

By

Published : Nov 24, 2022, 9:44 PM IST

Tense situation in Shillong

শ্বিলং চহৰৰ মাজ মজিয়াত বৃহস্পতিবাৰে সন্ধিয়া সৃষ্টি হয় অগ্নিগৰ্ভা পৰিস্থিতিৰ (Tense situation in Shillong) ৷ জিৰিকিন্দিঙৰ ঘটনাত নিহত সকলৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছিল সহস্ৰাধিক জনতা ৷ সেই সময়তে উত্তেজিত ৰাইজে আক্ৰমণ কৰে নিৰাপত্তা বাহিনীক (Protesters in Shillong attack security forces)৷

  • শ্বিলঙত হিংসাত্মক পৰিস্থিতি
  • শ্বিলং চহৰৰ মাজ মজিয়াত বৃহস্পতিবাৰে সন্ধিয়া সৃষ্টি হয় অগ্নিগৰ্ভা পৰিস্থিতিৰ (Tense situation in Shillong)
  • জিৰিকিন্দিঙৰ ঘটনাত নিহত সকলৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছিল সহস্ৰাধিক জনতা
  • হাতে হাতে মমবাতি লৈ ৰাইজ ওলাইছিল ৰাজপথলৈ
  • সেই সময়তে উত্তেজিত ৰাইজে আক্ৰমণ কৰে নিৰাপত্তা বাহিনীক (Protesters in Shillong attack security forces)
  • শ্বিলঙৰ বাৰিক পইন্টত সংঘটিত হয় এই হিংসাত্মক ঘটনা
  • উত্তেজিত জনতাই জ্বলাই দিয়ে মেঘালয় আৰক্ষীৰ তিনিখনকৈ বাহন (protesters set fire to Meghalaya police vehicles )
  • এখন চিটিবাছো ভাঙি চুচুৰ্মৈ কৰে ক্ষুব্ধ ৰাইজে
  • নিৰাপত্তা বাহিনীলৈ শিল আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰাত পৰিস্থিতি অধিক জটিল হৈ পৰে
  • আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি কন্দুৱা গেছ প্ৰয়োগ কৰে
  • অনুৰূপ অৱস্থাৰ সৃষ্টি হয় শ্বিলং চিভিল হাস্পতালৰ সমুখতো
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.