Vaishali Road Accident: দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত 10 টাকৈ শিশু

author img

By

Published : Nov 20, 2022, 11:01 PM IST

দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত  নিহত 10 টাকৈ শিশু

বিহাৰৰ বৈশালীত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা (Road Accident at Vaishali) ৷ এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে কেবাটাও শিশু ৷ জানিব পৰা মতে, দুৰ্ঘটনাটোত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে 10 টা শিশুৱে (Deaths In Road Accident In Vaishali)৷

বিহাৰৰ বৈশালীত অঘটন

এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে কেবাটাও শিশু (Road Accident at Vaishali)

জানিব পৰা মতে, দুৰ্ঘটনাটোত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে 10 টা শিশুৱে (Many child death in Vaishali road accident)

বৈশালীৰ ডেশ্ৰী আৰক্ষী থানাৰ চুলতানপুৰ ২৮ টোলাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.