টাৱাঙত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ চিতা

author img

By

Published : Oct 5, 2022, 1:42 PM IST

indian-army-cheetah-helicopter-crashes-at-tawang-in-arunachal-pradesh

অৰুণাচল প্ৰদেশৰ টাৱাঙত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ (Indian Army Cheetah helicopter crashes at Tawang) ৷ পুৱা ১০ বজাত সংঘটিত এই দুৰ্ঘটনাত ৷ নিহত হয় এজন পাইলট ৷

  • অৰুণাচল প্ৰদেশৰ টাৱাঙত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ (Indian Army Cheetah helicopter crashes at Tawang)
  • পুৱা ১০ বজাত সংঘটিত এই দুৰ্ঘটনাত
  • গুৰুতৰভাৱে আহত দুজন পাইলট
  • আহত পাইলট দুজনৰ এজন নিহত হোৱা বুলি জানিব পৰা হৈছে
  • তেজপুৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল এ এছ ৱালিয়াই সদৰি কৰে এই তথ্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.