পূজা মণ্ডপত অগ্নিকাণ্ড: 70 গৰাকী ভক্ত অগ্নিদগ্ধ, শিশুসহ তিনিগৰাকীৰ মৃত্যু

author img

By

Published : Oct 3, 2022, 8:36 AM IST

Updated : Oct 3, 2022, 8:58 AM IST

পূজা মণ্ডপত অগ্নিকাণ্ড: 70 গৰাকী ভক্ত অগ্নিদগ্ধ, শিশুসহ তিনিগৰাকীৰ মৃত্যু

দুৰ্গা পূজাৰ পেণ্ডেলত ভয়ংকৰ অগ্নিকাণ্ড (Fire in Durga Puja pandal)৷ অগ্নিকাণ্ডটোৰ ফলত ৭০গৰাকী লোক অগ্নিদগ্ধ । দুই সন্তানসহ তিনিজনৰ মৃত্যু । উত্তৰ প্ৰদেশত সংঘটিত হ’ল এই ঘটনা ৷

নিউজ ডেস্ক, 3 অক্টোবৰ: দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ এখন দুৰ্গা পূজা মণ্ডপত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ দুৰ্গা পূজা মণ্ডপত আৰতি চলি থকাৰ সময়তে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় (Fire in Durga Puja Pandal in Uttar Pradesh)।

পূজা মণ্ডপত অগ্নিকাণ্ড: 70 গৰাকী ভক্ত অগ্নিদগ্ধ, শিশুসহ তিনিগৰাকীৰ মৃত্যু

উক্ত ঘটনাত অগ্নিদগ্ধ হয় ৭০ গৰাকী ভক্ত । আৰতিৰ সময়ত প্ৰায় ১৫০ গৰাকী লোক উপস্থিত আছিল মণ্ডপটোত । অগ্নিদগ্ধ লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

এই ঘটনাত দুই শিশুসহ তিনিগৰাকী লোকৰ মৃত্যু হৈছে (Died in Puja pandal in Uttar Pradesh)।

লগতে পঢ়ক: দক্ষিণ দিল্লীৰ লোধি কলনীত শিশুক নৃশংস ভাৱে হত্য়া, দুজনক কৰায়ত্ব

Last Updated :Oct 3, 2022, 8:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.