আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 20, 2021, 12:16 AM IST

daily horoscope

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

মেষ ৰাশি : কম সময়ত অধিক লাভ পোৱাৰ আশাত কোনো কাম নকৰিব ৷ বিপদত পৰিব পাৰে ৷ কোনো আইনী কাৰ্যৰ পৰা আঁতৰত থাকক ৷ আৰ্থিক লেনদেনত সৰ্তক হওক ৷ দিনটোৰ প্ৰথম ভাগত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷ গাড়ী চলাওতে সাৱধান হওক ৷

বৃষ ৰাশি : কৰ্ম-ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷

মিথুন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ স্বাস্থ্যৰ অৱনতি ৷ যোগাসন কৰক ৷ কৰ্ম-ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কাৰ্ম বা ব্যৱসায় কৰোতে সতৰ্ক হওক ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ নতুন ব্যৱসায় আৰম্ভনি কৰিব পাৰে ৷ কৰ্ম-ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ ভাগ্য ভাল ৷

সিংহ ৰাশি : বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণলৈ যাব পাৰে ৷ পৰিয়ালৰ সৈতে ৰাতিৰ খানা ভাল হʼব ৷ দিনটো আনন্দময় হʼব ৷

কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্মত বেছি মনোযোগ দিব পাৰে ৷ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰশংসা লাভ ৷ নতুন ব্যৱসায়ত বিচাৰ হʼব পাৰে ৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷

তুলা ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ লগত সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ নাম-সুনাম বৃদ্ধি ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷

ধনু ৰাশি : কর্ম সূত্ৰে সৰু যাত্ৰা হʼব পাৰে ৷ কৰ্ম-ব্যৱসায়ত লাভ হʼব ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷

মকৰ ৰাশি : পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ প্ৰশংসা লাভ ৷

কুম্ভ ৰাশি : হঠাৎ পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ প্ৰেমত শুভ ৷ দিনটো প্ৰায় ৷ লক্ষ্যত সফল ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ কর্মত শান্ত হৈ থাকি কৰিব ৷ খং-ৰাগৰ পৰা আঁতৰি থাকক ৷

মীন ৰাশি : কৰ্ম-ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কৰ্মস্থলীত কর্মৰ প্ৰবল হেঁচাৰ সন্মুখীন হ’ব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.