CWG 2022 : ভাৰতলৈ প্ৰথমটো সোণৰ পদক আনিলে মীৰাবায়ে

author img

By

Published : Jul 30, 2022, 10:50 PM IST

Mirabai Chanu clinches gold medal in womens 49kg final

কমনৱেলথ গেমছত ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক (India's first Gold in 2022 edition of the Commonwealth Games) ৷ 49 কেজি ভাৰোত্তোলনত মীৰাবাঈ চানুৱে লাভ কৰিছে এই সোণৰ পদক (Mirabai Chanu clinches gold medal in womens 49kg final) ৷

  • ভাৰতৰ বাবে এক সুখবৰ
  • কমনৱেলথ গেমছত ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক
  • 49 কেজি ভাৰোত্তোলনত মীৰাবাঈ চানুৱে লাভ কৰিছে এই সোণৰ পদক
  • আনন্দিত এতিয়া ৰাজ্যৰ লগতে দেশবাসী
  • 2018 চনতো মীৰাবাঈ চানুৱে লাভ কৰিছিল সোণৰ পদক
  • 49 কেজি শাখাত 201 কেজি ভাৰোত্তোলন কৰিছে মীৰাবায়ে
  • আজিৰ দিনটোত ভাৰতে আজুৰিবলৈ সক্ষম হয় তিনিটাকৈ পদক
  • তিনিওটা পদক ভাৰোত্তোলনতেই লাভ কৰিছে ভাৰতে
  • মীৰাবাঈৰ এই সাফল্যই আনন্দিত কৰি তুলিছে গৃহৰাজ্য মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.