হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা, নিহত 10 জন

author img

By

Published : Sep 26, 2022, 8:19 AM IST

Updated : Sep 26, 2022, 2:26 PM IST

7 tourists dead 10 injured as vehicle falls into gorge in Himachals Kullu

হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা ৷ কুল্লু জিলাত পৰ্যটক কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুওৱাই পথৰ কাষৰ দ খাৱৈত সোমোৱাত (Tempo fell into gorge in Himachal Pradesh) সাতজনকৈ লোক নিহত হোৱাৰ লগতে 10 জন লোক আহত হয় ৷

  • হিমাচল প্ৰদেশ কুল্লু জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা
  • পৰ্যটক কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুওৱাই সোমাল পথৰ কাষৰ দ খাৱৈত (traveller fell into gorge in Himachal Pradesh)
  • দুৰ্ঘটনাটোত সাতজন পৰ্যটকৰ মৃত্যু (7 tourists dead)
  • আহত হৈছে বাহনখনত থকা আন 10 জন পৰ্যটক যাত্ৰী
  • আহত সকলক প্ৰাথমিক চিকিৎসাৰ বাবে বাঞ্জাৰ চিকিৎসালয়লৈ প্ৰেৰণ
  • গুৰুতৰভাৱে আহতসকলক কুল্লু চিকিৎসালয়লৈ (Kullu hospital) প্ৰেৰণ
  • বাহনখনত থকা অধিকাংশ যাত্ৰীয়েই ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু দিল্লীৰ পৰা যোৱা পৰ্যটক বুলি জানিব পৰা গৈছে
Last Updated :Sep 26, 2022, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.