অসমত কথা এটা, কাম এটা: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ দুলু আহমেদ - ZUBEEN GARG DEATH CASE

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : November 18, 2025 at 12:52 PM IST

1 Min Read
Choose ETV Bharat

বাইহাটা : জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিছাৰি তৃতীয়বাৰৰ বাবে ছিংগাপুৰলৈ যাব দুলু আহমেদ । কিয়নো ন্যায় প্ৰদানৰ ক্ষেত্ৰত অসমৰ কাম-কাজত ভৰষা নকৰে দুলু আহমেদে । অসমত কথা এটা কাম অন্য এটা । ছিংগাপুৰ ন্যায়ালয়ে জুবিন গাৰ্গক ন্যায় প্ৰাদান কৰিব বুলি আশাবাদী কৰে দুলু আহমেদ ।  

বাইহাটাত সংবাদমাধ্যমক সম্বোধন কৰি ছিংগাপুৰত চলি থকা তদন্ত সম্পৰ্কত তথ্য দাঙি ধৰি তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে কয়, "প্ৰথমবাৰ মই গ'লো, গোচৰ পঞ্জীয়ন হ'ল, তদন্ত আৰম্ভ হ'ল । দ্বিতীয়বাৰ মই গ'লো, তদন্তকাৰী বিষয়াগৰাকীৰ নাম আনিলো । তদন্ত এতিয়াও আৰক্ষী পৰ্যায়তে আছে । প'ষ্টেল পুলিচ গাৰ্ডত চলি আছে । অহা মাহৰ ভিতৰত ৰিপ'ৰ্ট ফাইনেল হৈ যাব আৰু ছিংগাপুৰ আদালতত দাখিল কৰিব ।"

লগতে পঢ়ক: স্বৰ্গদেউ প্ৰতাপ সিংহই স্থাপন কৰা এছিয়াৰ প্ৰথমখন পক্ষী অভয়াৰণ্য পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা

আজীৱন কাহিনী লিখাৰ প্ৰতিশ্ৰুতিৰে গৰিমাই গল্ডীক যাচিলে জন্মদিনৰ শুভেচ্ছা

ABOUT THE AUTHOR

...view details