ৰামোজী উৎকৰ্ষ বঁটা ২০২৫ৰ উদ্বোধনী অনুষ্ঠান LIVE

🎬 Watch Now: Feature Video

thumbnail
ৰামোজী উৎকৰ্ষ বঁটা ২০২৫ৰ উদ্বোধনী অনুষ্ঠান (ETV Bharat)

By ETV Bharat Assamese Team

Published : November 16, 2025 at 6:52 PM IST

|

Updated : November 16, 2025 at 8:58 PM IST

1 Min Read
Choose ETV Bharat

সেৱা, অনুশাসন, আৰু জাতি-নিৰ্মাণৰ মূল্যবোধক মূৰ্ত কৰি তোলা ব্যক্তিসকলক সন্মান জনোৱাৰ বাবে ৰামোজী ৰাওৰ স্মৃতিত আজি প্ৰদান কৰা হৈছে ৰামোজী উৎকৰ্ষ বঁটা ২০২৫ ৷ এই বঁটাসমূহে নিজৰ নিৰ্বাচিত ক্ষেত্ৰত আদৰ্শগতভাৱে সমাজ সেৱা আগবঢ়োৱা ব্যক্তিসকলক স্বীকৃতি প্ৰদান কৰা হয় । এইবাৰ সাংবাদিকতা, গ্ৰাম্য উন্নয়ন, মানৱতা, কলা-সংস্কৃতিৰ সেৱা, যুৱ আইকন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু মহিলা সাফল্যৰ শাখাত সাতগৰাকী বিশিষ্ট ব্যক্তিক নিৰ্বাচিত কৰি এই বঁটা প্ৰদান কৰা হৈছে । অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ তেওঁৰ লগতে তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বৰ্মা, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু, ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰামনা, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰাম মোহন নাইডু আৰু কেন্দ্ৰীয় খনি মন্ত্ৰী জি কিষান ৰেড্ডীও অনুষ্ঠানত উপস্থিত থাকে ৷

Last Updated : November 16, 2025 at 8:58 PM IST