দিল্লী আইআইটিত প্ৰধানমন্ত্ৰী মোদী LIVE
🎬 Watch Now: Feature Video

Published : August 8, 2026 at 11:39 AM IST
|Updated : August 8, 2026 at 12:30 PM IST
নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ ৷ নতুন দিল্লীস্থিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ (আইআইটি) ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে সফলতাৰে উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক, সঞ্চালকৰ স্বৰ্ণ পদক, শংকৰ দয়াল শৰ্মা স্বৰ্ণ পদক আৰু পাৰফেক্ট টেন স্বৰ্ণ পদককে ধৰি একাধিক সন্মানীয় সন্মান প্ৰদান কৰে । তেওঁ ইয়াৰ লগতে আই আই টি দিল্লীৰ ছোনিপট কেম্পাছত স্থাপন কৰা এ আই চালিত হাই-পাৰফৰমেন্স ছুপাৰ কম্পিউটিং সুবিধা ‘পৰম প্ৰজ্ঞাও’ উদ্বোধন কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ ৰীলৰ মাধ্যমত যুৱ প্ৰজন্মৰ সৈতে সংযুক্ত হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এনে প্ৰেক্ষাপটত দিল্লীৰ আইআইটিৰ এই সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণে বিশেষ তাৎপৰ্য বহন কৰিছে ৷