ভগৱান জগন্নাথৰ ৰথযাত্ৰা LIVE - JAGANNATH RATH YATRA LIVE
🎬 Watch Now: Feature Video

Published : July 16, 2026 at 9:19 AM IST
ওড়িশাৰ পুৰীত আৰম্ভ হৈছে ভগৱান জগন্নাথৰ ৰথযাত্ৰা । সমগ্ৰ দেশৰ লগতে বিশ্বৰ লাখ লাখ ভক্তই এই মহোৎসৱত অংশগ্ৰহণ কৰিছে । পুৰী ৰথযাত্ৰাৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । ভগৱান জগন্নাথৰ এই ৰথযাত্ৰাক হিন্দু ধৰ্মৰ অন্যতম বৃহৎ আৰু প্ৰাচীন ধৰ্মীয় উৎসৱ হিচাপে গণ্য কৰা হয় । প্ৰতি বছৰে ভাৰত আৰু বিদেশৰ লাখ লাখ ভক্তই পুৰীত এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । বিশ্বাস কৰা হয় যে এই সময়ছোৱাত ভগৱান জগন্নাথে তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী দেৱী সুভদ্ৰাৰ সৈতে মন্দিৰৰ পৰা ওলাই আহি তেওঁৰ ভক্তসকলক দৰ্শন দিয়ে । এই মুহূৰ্তটো অলৌকিক, আচৰিত আৰু আৱেগিক ।
জগন্নাথ মন্দিৰ প্ৰশাসনে জগন্নাথ ৰথযাত্ৰাৰ বিশদ সূচী প্ৰকাশ কৰিছে । এই সূচী অনুসৰি মহাপ্ৰভু শ্ৰী জগন্নাথ, বলোভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ পৰম্পৰাগত পাহান্দী পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হৈ নিশা ১২:৩০ বজালৈকে চলিব । ইয়াৰ লগতে মূল ৰথযাত্ৰা সন্ধিয়া ৪ বজাৰ পৰা আৰম্ভ হ’ব ।