৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ - ASSAM ASSEMBLY ELECTION 2026

🎬 Watch Now: Feature Video

thumbnail
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 10, 2026 at 1:38 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী: বৃহম্পতিবাৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৯৮ নং মাজুলী বিধানসভা সমষ্টিত ৮৩.৭৬ শতাংশ ভোটদান হোৱা বুলি জিলা নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে ৷ প্ৰতিকূল বতৰকো নেওচি পুৱাৰ ভাগৰ পৰা মাজুলীৰ ভোটকেন্দ্ৰ সমূহত দেখা গৈছিল ভোটাৰৰ ভিৰ । মাজুলী বিধানসভা সমষ্টিত ৩ জনকৈ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল যদিও মূলত যুঁজখন এনডিএ তথা বিজেপি প্ৰাৰ্থী ভূৱন গাম আৰু বিৰোধী ঐক্য তথা কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৰ মাজত হ'ব বুলি আশা কৰা হৈছে ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া বিয়লি ৫ বজাত শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ পিছতে মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী বিষয়াসকলে উপস্থিত হৈ ইভিএমৰ লগতে অন্যান সামগ্ৰী জমা প্ৰদান জমা কৰে ৷ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ শেষ হোৱাত মাজুলীবাসীক ধন্যবাদ জ্ঞাপন কৰিছে মাজুলী জিলাৰ আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: হাফলঙৰ ভোটকেন্দ্ৰত ব্যাপক ৰিগিঙৰ অভিযোগ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details