শাওনৰ প্ৰথম সোমবাৰে টিহুৰ শিৱ মন্দিৰত ভক্তৰ সমাগম - SHIV TEMPLE
🎬 Watch Now: Feature Video

Published : July 20, 2026 at 6:25 PM IST
বাক্সা: আজি শাওন মাহৰ প্ৰথম সোমবাৰ ৷ এই পৱিত্ৰ দিনটোত নলবাৰী জিলাৰ টিহু চ’কস্থিত শিৱ মন্দিৰত অগণন ভক্তৰ সমাগম হৈছে ৷ এই সন্দৰ্ভত মন্দিৰ পৰিচালনা কৰা কমিটীৰ সদস্যই এজনে কয়, "এই মন্দিৰ ১৮৩৬ত অঞ্চলটোৰ একাংশ শিৱভক্ত স্থাপন কৰিছিল ৷ আজি আহি আহি এশ বছৰ অতিক্ৰম কৰিলে ৷ ভক্তসকলে বিশ্বাস কৰে যে এই মন্দিৰত পূজা অৰ্চনা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় ৷ আমি এই মন্দিৰৰ কাৰণে চৰকাৰৰ পৰা কোনো সাহাৰ্য লাভ কৰা নাই ৷ ভক্তসকলৰ দানবৰঙনিৰে আমি মন্দিৰ পৰিচালনা কৰি আহিছো ৷"
এগৰাকী ভক্তই কয়, "আমি প্ৰতিবছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ পৰিয়ালসহ আহো ৷ আমি আশাবাদী বিশ্বৰ সকলোৱে যাতে শান্তি সম্প্ৰীতিৰে এই পৃথিৱীত বাস কৰিব পাৰো ৷"
লগতে পঢ়ক:জাগীৰোডৰ আমকটা পাহাৰত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা মহোৎসৱ