উজনি অসমৰ বান : বানাক্ৰান্তক আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেচনৰ সাহাৰ্য

🎬 Watch Now: Feature Video

thumbnail
বানাক্ৰান্তক আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেশ্যনৰ সাহাৰ্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 13, 2026 at 5:34 PM IST

1 Min Read
Choose ETV Bharat

নাজিৰা : যোৱা ১৯ জুলাইৰ প্ৰলয়ংকৰী বানে বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰা পৰিয়ালৰ কাষত থিয় দিছে বহু মানৱদৰদী ব্যক্তি তথা সংস্থাসমূহ । বিশেষ দিখৌ নৈৰ বলিয়া বানে শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ অন্তৰ্গত কমলচাপৰী, বাঁহবাৰী, বামুণ পুখুৰী, গোহাঁইবাৰী, বিহুবৰ, নেপালীখুটি, মাজগাঁও, প্ৰজাবস্তিকে ধৰি শিমলুগুৰিৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰিলে । ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্ত পৰিয়াল সমূহক সহায় কৰাৰ উদ্দেশ্যে বিহুবৰলৈ আহিল আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেশ্যন টিজু চি (TZU CHI) ।  

এই ফাউণ্ডেশ্যনৰ লগতে আয়ান ফাউণ্ডেশ্যন আৰু দীপলিনা ডেকা ফাউণ্ডেচনৰ উদ্যোগত দেওবাৰে নাজিৰা বিহুবৰত বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ কৰে । প্ৰায় ১৫০০ শ পৰিয়ালক সামৰি অনুষ্ঠিত কৰা এই সাহাৰ্য বিতৰণ কাৰ্যসূচীত ফাউণ্ডেশ্যনৰ হৈ মালেয়েছিয়াৰ পৰা অহা ১৬ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । তদুপৰি ভাৰতৰ লাডাখ আৰু বিহাৰৰো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । 

লগতে পঢ়ক:অভিযোগকাৰীৰ বিৰুদ্ধে ওলোটাই গোচৰ অভিযুক্ত গাঁওপ্ৰধানৰ: টীয়কত দুই মেৰুত বান ক্ষতিগ্ৰস্ত-গাঁওপ্ৰধান

উজনিৰ বান চৰকাৰ আৰু কিছু দল-সংগঠনৰ বাবে উৎসৱ হৈ পৰিছে: আটাছু