ৰ'জ আলীক বিচাৰি নলবাৰী আৰক্ষীয়ে কিদৰে চতেমাৰী চৰত চলাইছিল অভিযান ? - NALBARI POLICE
🎬 Watch Now: Feature Video

Published : June 1, 2026 at 7:40 PM IST
নলবাৰী: আছু নেতা হত্যাকাৰী আৰু কিশোৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ৰ'জ আলী ওৰফে আছিফ খানৰ বিৰুদ্ধে কিদৰে অভিযান চলাইছিল নলবাৰী আৰক্ষীয়ে ? চতেমাৰী চৰৰ কোন স্থানলৈ নিয়াৰ সময়ত আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল হত্যাকাৰী আছিফে ? আৰক্ষীয়ে কিয় গুলীচালচানা কৰিবলগীয়া হ'ল ? এই সন্দৰ্ভত ইতিমধ্যে নলবাৰীৰ আৰক্ষীয়ে ইতিমধ্যে সকলো তথ্য প্ৰকাশ কৰিছে ৷
গুলীচালনা ঘটনাৰ পূৰ্বে মুকালমুৱাৰ চতেমাৰী চৰত দেখা গৈছিল কেইবাখনো আৰক্ষীৰ বাহন । সমান্তৰালকৈ ফৰেঞ্চিকৰ মোবাইল ইউনিটৰ বাহনো দেখা গৈছিল চতেমাৰী চৰত ৷ নলবাৰী আৰক্ষীৰ ভাষ্য অনুসৰি, আটক কৰাৰ সময়ত আৰক্ষীৰ পৰা বন্দুক কাঢ়ি পলাই যোৱাৰ চেষ্টা কৰিছিল আছিফ খানে ৷
দেওবাৰে সংঘটিত ঘটনাত আহত ভুক্তভোগী কিশোৰীগৰাকী বৰ্তমান জিএমচিএইছৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজি আছে আৰু কিশোৰীগৰাকী বিপদৰ পৰা মুক্ত হোৱা নাই বুলি উল্লেখ কৰিছে জিএমচিএইছৰ অধীক্ষকগৰাকীয়ে ৷
লগতে পঢ়ক: স্ব-গৃহত মাধুৰ্যৰ নশ্বৰদেহ: আছিফে অকলে সংঘটিত কৰিছিল আক্ৰমণ