হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত: বিধায়ক ভূৱন গাম - HIMANTA BISWA SARMA

🎬 Watch Now: Feature Video

thumbnail
হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হ'ব (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 3, 2026 at 6:50 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী: অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব সোমবাৰৰ ভোটগণনাৰ অন্তত ৷ মাজত মাত্ৰ কেইটামান ঘণ্টা, তাৰ পিছতে আৰম্ভ হ'ব ভোটগণনা ৷ এইবাৰ নিৰ্বাচনত চৰ্চিত সমষ্টিৰ ভিতৰত অন্যতম মাজুলী সমষ্টি ৷ তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও মূল যুজঁখন কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ইন্দ্ৰনীল পেগু আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন গামৰ মাজত হ'ব বুলি আশা কৰা হৈছে ।

আনহাতে দিছপুৰত কোনে চৰকাৰ গঠন কৰিব তাকে লৈ জল্পনা-কল্পনা চলি থকাৰ সময়তে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন গামে কয়, "হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে পুনৰ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব । যিহেতু মুখ্যমন্ত্ৰী শৰ্মাই উন্নয়মূলক পদক্ষেপেৰে অসমখনক যথেষ্ট আগুৱাই লৈ গ'ল সেই কথা অসমৰ ৰাইজে বুজি পাইছে ৷ সেয়ে মাজুলী, অসমৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে বিজেপিকে ভোট দিছে ৷"

লগতে পঢ়ক:মাজত মাত্ৰ কেইটামান ঘণ্টা, ভোটগণনালৈ সাজু মাজুলী জিলা প্ৰশাসন 

ABOUT THE AUTHOR

...view details