গো-সৰবৰাহৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান
🎬 Watch Now: Feature Video

Published : May 22, 2026 at 2:30 PM IST
ধুবুৰী: গো-সৰবৰাহৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান ৷ এই অভিযানত চাৰিটাকৈ গো-ধন জব্দ কৰে ধুবুৰী আৰক্ষীয়ে । ধুবুৰী চহৰৰ নেতাই ধুবুৰী পাৰঘাটৰ পৰা কিছু আঁতৰৰ এটা চাপৰিৰ পৰা গৰাকীবিহীন চাৰিটাকৈ গো-ধন উদ্ধাৰ আৰক্ষীৰ । ধুবুৰী আৰক্ষীৰ এটা বৃহৎ দলে ব্ৰহ্মপুত্ৰ নদীৰ সিপাৰে কুন্তীৰ চৰত নাৱেৰে অভিযান চলাই চাৰিটা কৈ গো-ধন জব্দ কৰিবলৈ সক্ষম হয় ।
ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত চলে এই গো-সৰবৰাহ বিৰোধী অভিযান । এই অভিযানত আৰক্ষীয়ে কাকো আটক কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে । তাৎপৰ্যপূৰ্ণভাৱে, চাৰিওদিশে বৰলুইতৰ পানীৰে আৱৰি থকা সেই চাপৰিটোলৈ গৰুকেইটা কেনেকৈ আহিল বা কোনে কি উদ্দেশ্যৰে আনিলে সেয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে ৷
লগতে পঢ়ক: বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ