ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক - DHUBRI POLICE

🎬 Watch Now: Feature Video

thumbnail
ধুবুৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 29, 2026 at 5:00 PM IST

1 Min Read
Choose ETV Bharat

ধুবুৰী: গো-মাংসৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান ৷ শুকুৰবাৰে ধুবুৰীৰ দুটাকৈ নৈৰ ঘাটত নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলাই ধুবুৰী আৰক্ষীয়ে ৷ দুটা স্থানৰ পৰা মুঠ ৩০ কিলোগ্ৰাম নিষিদ্ধ মাংস জব্দ কৰিছে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৷ উল্লেখ্য যে, গোৱালপাৰাৰ জলেশ্বৰৰ পাৰঘাটত এছবি দুষ্টি নামৰ নাওঁখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নিষিদ্ধ গো-মাংসখিনি ৷ ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে আব্দুল মজিদ সৰকাৰ আৰু আবুল হুছেইন নামৰ দুজনক আটক কৰিছে ৷

ধুবুৰীৰ যোগমায়া ঘাটত নিষিদ্ধ গো-মাংসৰ টোপোলা উদ্ধাৰ কৰা হৈছিল ৷ এই সংক্ৰান্তত আৰক্ষীয়ে দুজনক আটক কৰিছে ৷ আটক কৰা দুই ব্যক্তি হৈছে হানিফ আলী আৰু আহিনুৰ হক ৷ দুয়ো পৃথকে পৃথকে গো-মাংসখিনি ধুবুৰীৰ যোগমায়া ঘাটলৈ আনিছিল ৷ দুয়োৰে পৰা আৰক্ষীয়ে তিনি কিলোগ্ৰামৰো অধিক গো-মাংস জব্দ কৰিছে ৷

লগতে পঢ়ক:ক্ষেত্ৰীত ভয়ংকৰ দুৰ্ঘটনা: ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা বলেৰ'ৰ, নিমিষতে প্ৰাণ গ'ল চাৰিজনৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details