খোৱাঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ - নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

🎬 Watch Now: Feature Video

thumbnail
খোৱাঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 12, 2026 at 4:25 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ: খোৱাঙৰ চেনিমাৰী ব্লক গাঁৱত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ । দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই থকাৰ মাজতে দেওবাৰে পুৱা নাহৰফুটুকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে । প্ৰকাণ্ড নাহৰফুটুকীটোৰ কেনেকৈ মৃত্যু হ'ল সেই কথা জানিব পৰা হোৱা নাই ।  

ইয়াৰ পিচতেই খোৱাং আঞ্চলিক বন বিভাগৰ দল উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনে । প্ৰাপ্তবয়স্ক নাহৰফুটুকীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা হ'ব বুলি কয় বন বিভাগৰ বিষয়াই ।

ৰাইজে উল্লেখ কৰা অনুসৰি অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই কৃষক ৰাইজক ক্ষতি সাধন কৰি আহিছে । বহুবাৰ বন বিভাগে নাহৰফুটুকী ধৰিবলৈ পিঞ্জৰা স্থাপন কৰিছিল যদিওপিঞ্জৰাবদ্ধ হোৱা নাছিল যদিও আজি ৰহস্যজনকভাবে নাহৰফুটুকীটোৰ মৃতদেহ  উদ্ধাৰ হয় । 

লগতে পঢ়ক:জংঘল এৰি ৰাস্তাত গম্ভীৰ খোজেৰে আগে আগে চিতা, পিছে পিছে মোবাইল লৈ ফটো তোলোতা

ABOUT THE AUTHOR

...view details