চৰাইবাহীত আঞ্চলিক ক্ৰিকেট একাডেমীৰ শুভাৰম্ভ; ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি - ফুটবল প্ৰশিক্ষণ শিবিৰ
🎬 Watch Now: Feature Video

Published : July 4, 2026 at 4:50 PM IST
মৰিগাঁও: চৰাইবাহীত আঞ্চলিক ক্ৰিকেট একাডেমীৰ শুভাৰম্ভ । একেলগে আৰম্ভ হ’ল ফুটবল প্ৰশিক্ষণ শিবিৰো । চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল এখন আঞ্চলিক ক্ৰিকেট একাডেমী ।
ইয়াৰ সমান্তৰালভাৱে স্থানীয় ক্ৰীড়াপ্ৰেমী যুৱক-যুৱতীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এটা বিশেষ ফুটবল প্ৰশিক্ষণ শিবিৰো মুকলি কৰা হয় ।
ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতু বৰদলৈ আৰু যুটীয়া সম্পাদক নাচিৰুদ্দিন আহমেদ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কপিলি উন্নয়ন খণ্ডৰ সভাপতি প্ৰাঞ্জল নাথ, চৰাইবাহী ক্ৰীড়া সন্থাৰ সভাপতি ভগৱান নাথ । বৰভগীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী মৌচুমী দেৱী, আদি ।
লগতে পঢ়ক:গুৱাহাটী আৰক্ষীৰ বন্দুকৰ পৰা ওলাল বুলেট, আহত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা
কোন সঁচা কোন মিছা ! ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ দেৰগাঁৱৰ উদয়ন একাডেমীৰ অধ্যক্ষৰ বিৰুদ্ধে