চৰকাৰলৈ অপক্ষে নকৰি বিজেপি সমৰ্থকে চলালে উচ্ছেদ অভিযান, ভাঙি দিয়া হ'ল ঘৰ - EVICTION DRIVE IN JAGIROAD

🎬 Watch Now: Feature Video

thumbnail
চৰকাৰলৈ অপক্ষে নকৰি বিজেপি সমৰ্থকে চলালে উচ্ছেদ অভিযান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 10, 2026 at 7:50 PM IST

|

Updated : May 11, 2026 at 10:05 AM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও : দ্বিতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি, ১২ মে’ত শপত গ্ৰহণ অনুষ্ঠান ৷ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাই নাই তাৰ পূৰ্বে বিজেপিৰ একাংশ দলীয় কৰ্মীয়ে ল'লে ডাঙৰ পদক্ষেপ ৷ এনডিএ বা বিজেপি চৰকাৰলৈ অপেক্ষা নকৰি একাংশ লোকৰ বিৰুদ্ধে এক্সন আৰম্ভ কৰিছে বিজেপি সমৰ্থকে ৷

দেওবাৰে জাগীৰোড সমষ্টিৰ নেলী অঞ্চলৰ বৰপায়ক গাঁৱত একাংশ বিজেপি সমৰ্থকে উচ্ছেদ অভিযান চলোৱাৰ লগতে কাটি দিলে পথ ৷ বিজেপি সমৰ্থকৰ মন্তব্য অনুসৰি, বৰপায়ক গাঁৱৰ একাংশ ধৰ্মীয় সংখ্যালঘু লোকে বিজেপিক ভোট দিয়া নাছিল। যাৰ বাবে তেওঁলোকে চলাচল কৰা একমাত্ৰ ৰাস্তাটো এক্সেভেটৰ লগাই যাতায়তৰ ব্যৱস্থা বিচ্ছিন্ন কৰি দিয়া হ'ল ।

এই ঘটনাৰ পাছত ইটিভিয়ে বৰপায়ক গাঁৱৰ নিৰ্দিষ্ট লোকসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ মতামত বিচাৰিছিল কিন্তু এক অজানা আশাংকাত কোনো ধৰণৰ মন্তব্য় কৰাৰ পৰা তেওঁলোক বিৰত থাকে।

আনহাতে, উক্ত ঘটনাৰ পাছত বিজেপিক ভোট নিদিয়া গাঁওবাসীৰ ৰেচন কাৰ্ডৰ চাউল বন্ধ, অৰুণোদয় আঁচনিৰ ধন কৰ্তন আৰু পিএমএইৱাই ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ ভাবুকি প্ৰদান কৰে একাংশ বিজেপি সমৰ্থকে ৷

লগেত পঢ়ক: 

নিৰ্বাচনৰ ফলাফল অত্যন্ত হতাশাজনক;পৰাজয়ৰ দায়িত্ব স্বীকাৰ গৌৰৱ গগৈৰ

Last Updated : May 11, 2026 at 10:05 AM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details