দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত ভূটানৰ প্ৰধানমন্ত্ৰী টাবগে - BHUTANS PM DASHO TSHERING TOBGAY

🎬 Watch Now: Feature Video

thumbnail
দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত ভূটানৰ প্ৰধানমন্ত্ৰী টাবগে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 25, 2026 at 5:47 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী: দুদুনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ ভূটানৰ প্ৰধানমন্ত্ৰী দাশ্ব' শ্বেৰিং টাবগে । উল্লেখ্য যে, সোমবাৰে অসমত উপস্থিত হৈ গুৱাহাটীলৈ যাত্ৰা কৰাৰ সময়তে নলবাৰীৰ কনভেনশ্ব'ন চেণ্টাৰত প্ৰৱেশ কৰে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকী । ইফালে নলবাৰী কনভেনশ্ব'ন চেণ্টাৰত ভূটানৰ প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনাই জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে । কিছু সময় নলবাৰী কনভেনশ্ব'ন চেণ্টাৰত বিশ্ৰাম কৰি পুনৰ গুৱাহাটী অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰী টাবগে ।

উল্লেখ্য যে, ভূটাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ লগতে ভাৰত তথা অসম-ভূটাৰ সীমাৰ সুৰক্ষা ব্যৱস্থা, জলবিদ্যুৎ প্ৰকল্প, কোকৰাঝাৰ-গেলেপু কৰিড'ৰ সম্পৰ্কে আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে ৷ আনহাতে এই সন্দৰ্ভত সংবাদ মাধ্যমত একো মন্তব্য প্ৰকাশ কৰা নাই ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:উমৈহতীয়া দেৱানী বিধি: থোৰতে জানি লওক কি আছে এই বিধেয়কত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details