বিজেপিৰ প্ৰাৰ্থী ধীৰাজ গোৱালাৰ ভোটাধিকাৰ সাব্যস্ত - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
বিজেপিৰ প্ৰাৰ্থী ধীৰাজ গোৱালাই সাব্যস্ত কৰিলে ভোটধিকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 9, 2026 at 10:00 PM IST

1 Min Read
Choose ETV Bharat

তিতাবৰ: ৰাজ্যৰ জনতাই ইভিএমত বন্দী কৰিলে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভাগ্য । সাধাৰণ জনতাৰ সমান্তৰালভাৱে প্ৰাৰ্থীসকলেও সাব্যস্ত কৰিলে ভোটাধিকাৰ । ১০২ নং তিতাবৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ধীৰাজ গোৱালাই সাব্যস্ত কৰে ভোটাধিকাৰ । ৰতনপুৰ মধ্য ইংৰাজী বিদ্যালয়ত প্ৰথমবাৰৰ বাবে নিজৰ ভোট সাব্যস্ত কৰে ধীৰাজ গোৱালাই ।  

পুৱা ৭ বজাৰ পৰা তিতাবৰৰ প্ৰতিটো ভোটকেন্দ্ৰত আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱাৰে পৰা শাৰী পাতে শ শ ভোটাৰ ৰাইজে । ২৪৫ টা ভোটগ্ৰহণ কেন্দ্ৰত তিতাবৰত মুঠ দুই লাখ পাঁচশ চৈধ্য গৰাকী ভোটাৰে এইবাৰ তিতাবৰ বিধানসভাৰ নিৰ্বাচনত পালন কৰিব নিৰ্ণায়ক ভূমিকা । ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছতে খেতিৰ বাবে সাজু হ'ব বুলি জনালে বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাই ।

লগতে পঢ়ক: জোনাই সমষ্টিত ৭৯ শতাংশ ভোটগ্ৰহণ সম্পন্ন, ৰিগিঙৰ অভিযোগ কংগ্ৰেছ প্ৰাৰ্থীৰ

বৰাকৰ ৩ জিলাৰ ১৩ বিধানসভা সমষ্টিত ভোটগ্ৰহণ সুকলমে সম্পন্ন : ৮০ শতাংশৰ ওপৰত ভোটদান

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details