হাতত লাখুটি, মনত আত্মবিশ্বাস লৈ ভোটকেন্দ্ৰলৈ আহিল ৭৫ বছৰীয়া আইতা - ৭৫ বছৰীয়া বৃদ্ধাৰ ভোটদান

🎬 Watch Now: Feature Video

thumbnail
আইতা ইন্দ্ৰেশ্বৰী বৰুৱা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 9, 2026 at 8:47 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ: বয়স যিমানেই নহওক, ভোটাধিকাৰ সাব্যস্ত কৰিবই । বৃহস্পতিবাৰে সৰুপথাৰ বিধানসভা সমষ্টিৰ যোৰহটীয়া গাঁৱৰ শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত উপস্থিত হয় এগৰাকী বৃদ্ধা ।

মহিলাগৰাকীয়ে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত উপস্থিত থাকি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি পুনৰবাৰ প্ৰমাণিত কৰে যে সজাগতাৰ আগত বয়স কেৱল মাথোঁ এটা সংখ্যাহে ৷ ভোটকেন্দ্ৰত মহিলাগৰাকীৰ উপস্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

শাৰীৰিক দুৰ্বলতা তথা বয়সক নেওচা দি ৭৫ বছৰ অতিক্ৰম কৰা ইন্দ্ৰেশ্বৰী বৰুৱা বৃহস্পতিবাৰে দিনৰ ভাগত ভোটকেন্দ্ৰত উপস্থিত হয় । সৰুপথাৰ সমষ্টিৰে চাংপুল গাঁৱৰ বাসিন্দা এই বৃদ্ধাগৰাকীৰ মনৰ উৎসাহে কেন্দ্ৰটোত উপস্থিত থকা অন্যান্য ভোটাৰসকলৰ মাজত এক ইতিবাচক প্ৰভাৱ পেলায় ৷

লগতে পঢ়ক: বিয়লি ৫ বজালৈ লখিমপুৰ জিলাত ৮৫ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details