৪০-৫০ জনীয়া উদণ্ড যুৱকৰ দলে প্ৰহাৰ কৰিলে হোটেলৰ মালিকসহ মহিলাক - TITABOR NEWS

🎬 Watch Now: Feature Video

thumbnail
উদণ্ড যুৱকৰ দলে প্ৰহাৰ কৰিলে হোটেলৰ মালিকসহ মহিলাক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 29, 2026 at 2:10 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট: বৃহস্পতিবাৰে নিশা তিতাবৰৰ মেলামাটিত চাঞ্চল্যকৰ ঘটনা ৷ উদণ্ড যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত এখন হোটেলৰ মালিকসহ এগৰাকী মহিলা ৷ ঘটনা অনুসৰি, এখন হোটেলত চাহ খোৱাৰ নামত ৩৭০ টকা বিল হৈছিল ৷ কিন্তু সেই বিল পৰিশোধ কৰাৰ বিপৰীতে ৪০-৫০ জনীয়া উদণ্ড যুৱকৰ দলে প্ৰহাৰ কৰে হোটেলখনৰ মালিকসহ এগৰাকী মহিলাক ৷ ফলত দলবদ্ধ আক্ৰমণত আহত হোটেলখনৰ মালিকক তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

ঘটনাৰ খবৰ পোৱাৰ পাছতে তিতাবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ ইফালে মাৰপিটৰ দৃশ্য বন্দী হৈ হোটেলখনৰ চিচি টিভিত ৷ এই সন্দৰ্ভত এগৰাকী ভুক্তভোগী এজন যুৱকে কয়,"চাহৰ বিল ৩৭০ টকা বুলি কোৱাৰ পাছতে মাৰপিট আৰম্ভ কৰে ৷ বগাই নামৰ এজন যুৱকে বহু যুৱকক ফোন কৰি মাতি আনে আৰু হোটেলখনৰ মালিকৰ লগতে মহিলাক প্ৰহাৰ কৰে ৷"

লগতে পঢ়ক:সৰুপথাৰত পুনৰ মৰেল পুলিচিঙৰ ঘটনা: যুৱকক অৰ্ধ উলংগ কৰি নিৰ্মম প্ৰহাৰ  

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details