কৃষ্ণগুৰু প্ৰভূৰ ৯২ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ, সেৱামূলক কাৰ্যসূচী ৰূপায়ণ - KRISHNA GURU

🎬 Watch Now: Feature Video

thumbnail
কৃষ্ণগুৰু প্ৰভূৰ ৯২ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 23, 2026 at 7:30 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা: বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰাংগনত শনিবাৰে উদযাপন কৰা হয় বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠাতা কৃষ্ণগুৰু প্ৰভূৰ ৯২ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ । আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ নিৰ্বাচিত ৯২ টা স্থানত ৰূপায়ণ কৰা হয় সেৱামূলক বিভিন্ন কাৰ্যসূচী । বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয় ।

এই সন্দৰ্ভত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কাৰ্যসূচীত উপস্থিত থকা সেৱাশ্ৰমখনৰ ভক্তিমাতৃ কুন্তলা গোস্বামীয়ে কয়,"আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি কৃষ্ণগুৰু সোৱাশ্ৰমৰ মূল সেৱাশ্ৰমৰ উপয়ি ১০৮ খন শাখা সেৱাশ্ৰমত পুৱা ছয় বজাৰ পৰা সন্ধিয়া ছয় বজালৈ কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন অনুষ্ঠিত হৈছে । ইয়াৰ লগতে আবিৰ্ভাৱ মহোৎসৱৰ সংখ্যাৰ লগত সংগতি ৰাখি অসমৰ নিৰ্বাচিত ৯২ টা স্থানত সেৱামূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । সেই অনুসৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।" উল্লেখ্য যে এই কাৰ্যসূচীত ভক্তিমাতৃগৰাকীৰ লগতে গুৰু প্ৰেমানন্দ বাপো উপস্থিত থাকে । 

লগতে পঢ়ক: ঈদত কোৰবানী: গো সুৰক্ষা আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী

বিশ্ব কাছ দিৱস: সৰীসৃপ গোটৰ এই জীৱবিধৰ বিষয়ে কিছু কথা জানো আহক...

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details