মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন - অভয়াপুৰী অৰক্ষী

🎬 Watch Now: Feature Video

thumbnail
৩২ বছৰীয়া মণিৰুদ্দিনৰ কামনাৰ বলি হ'ল কিশোৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 16, 2026 at 2:46 PM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও: সোমবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ ৩২ বছৰীয়া এটা পাষণ্ডৰ কামনাৰ বলি হ'ল ৮ বছৰীয়া এগৰাকী কিশোৰী ৷ কেইবাটাও সন্তাৰৰ পিতৃ মণিৰুদ্দিন নামৰ এটা লম্পটে সংঘটিত কৰে এই জঘন্য ঘটনা ৷ বৰ্তমান ভুক্তভোগী কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

এই জঘন্য কাণ্ড সংঘটিত কৰা মণিৰুদ্দিন বৰ্তমানো পলাতক হৈ আছে ৷ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে ৷ ইফালে ঘটনা সন্দৰ্ভত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

তেওঁলোকে কয়,"এয়া বঙাইগাঁৱৰ বাবে অতি লজ্জাজনক ঘটনা ৷ ৩২ বছৰীয়া পাষণ্ড মণিৰুদ্দিনে ভাৰাঘৰলৈ মাতি কিশোৰীগৰাকীক ধৰ্ষণ কৰে ৷ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী ৷ অপৰাধীক গ্ৰেপ্তাৰ কৰি ৰাজহুৱা স্থানত ফাঁচি দিব লাগে ৷ এনে অপৰাধী সমাজৰ বাবে কুলাংগাৰ ৷"

লগতে পঢ়ক:কলিয়াবৰ মহাবিদ্যালয়ত ক্ষুদ্ৰ চাহ বাগিচা প্ৰৱন্ধন পাঠ্যক্ৰমৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি ,সহায়ৰ হাত প্ৰাক্তন ছাত্ৰৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details