ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন LIVE - ASSAM ASSEMBLY SESSION 2026
🎬 Watch Now: Feature Video

Published : May 27, 2026 at 9:39 AM IST
|Updated : May 27, 2026 at 3:09 PM IST
ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি অৰ্থাৎ বুধবাৰে পঞ্চম তথা অন্তিম দিন । আজি অসম বিধানসভাত নাগৰিক সম সংহিতা, অসম ২০২৬ বিধেয়কৰ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সোমবাৰে সদনত এই বিধেয়কখন উত্থাপন কৰিছিল ৷
বিধানসভাৰ চতুৰ্থ দিনটোত মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদনত নিজৰ বক্তব্য় ৰাখে ৷ নিজৰ ভাষণত তেওঁ বিধায়ক পদক লৈ গৰ্ব নকৰিবলৈ সকলো নতুন বিধায়কক পৰামৰ্শ দিয়ে ৷ মূল্য়বৃদ্ধিক লৈ বিৰোধীয়ে উত্থাপন কৰা বিষয়টোক লৈ মুখ্য়মন্ত্ৰীয়ে সদনৰ মজিয়াত বক্তব্য় ৰাখি ইৰাণ-ইজৰাইল-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত চলি থকা যুদ্ধৰ কথা উল্লেখ কৰে ৷
ষষ্ঠদশ অসম বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ চাওক ...