ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সপ্তমটো দিন LIVE - ASSAM ASSEMBLY BUDGET SESSION

🎬 Watch Now: Feature Video

thumbnail
অসম বিধানসভা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 14, 2026 at 9:36 AM IST

|

Updated : July 14, 2026 at 2:10 PM IST

1 Min Read
Choose ETV Bharat

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি (মঙলবাৰ) সপ্তমটো দিন । প্ৰশ্নোত্তৰ ঘণ্টাৰে পুৱা ৯:৩০ বজাৰ পৰা সদনৰ কাম-কাজ আৰম্ভ হয় । সদনৰ শূন্যকালীন ঘণ্টাতো ভিন্ন বিষয়ৰ ওপৰত আলোচনা হয় ৷ উল্লেখ্য যে, ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত শুকুৰবাৰ অৰ্থাৎ ১০ জুলাইত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হয় ৷ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে অসম বিধানসভাত ৰাজ্যিক বাজেট জয়ন্ত মল্লবৰুৱাই দাখিল কৰে  ৷ সোমবাৰে সদনত বাজেট সন্দৰ্ভত আলোচনা কৰা হয় ৷ এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৷ ৬ জুলাইৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ কাম-কাজ ৩১ জুলাইলৈকে সৰ্বমুঠ ২১ দিন চলিব ৷ 

Last Updated : July 14, 2026 at 2:10 PM IST