ETV Bharat / state

দেওবাৰে কোন ৰাশিৰ হ’ব খৰচ বৃদ্ধি, কাৰ জীৱনত আছে বাধা, কোন ৰাশিৰ লোকে লাভ কৰিব সফলতা...পঢ়ক দিনটোৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Horoscope for 23rd august 2026
ৰাশিফল (RKC)
author img

By ETV Bharat Assamese Team

Published : August 23, 2026 at 4:45 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : নিজৰ জীৱন বিকাশিত কৰা দিন ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত ৷ খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  2. বৃষ ৰাশি : মেনেজাৰ আৰু প্রশাসকে অধিক ধন উপাৰ্জন কৰিব ৷ অনাকাংক্ষিত পৰামর্শ পাব ৷ কৰ্ম জীৱনক ভাল বন্ধু লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  3. মিথুন ৰাশি : দিনটো বিপদৰ আশংকা আছে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ এলেহুৱা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
  4. কৰ্কট ৰাশি : গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম হ’ব ৷ দিনটো প্ৰায় ভাল ৷ নিজৰ কর্মত মুক্তি অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰশংসা লাভ ৷
  5. সিংহ ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব । আজি ইভেণ্ট হেণ্ডেলাৰ হʼব পাৰে ৷ কর্মত খাতিৰত দূৰলৈ যাত্রা হʼব পাৰে ৷ এই যাত্রাই কৰ্ম-ব্যৱসায়ত সফলতা দিব ৷
  6. কন্যা ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল ৷ সফলতা লাভ ৷ সক্ৰিয় অনুভৱ হʼব ৷ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷
  7. তুলা ৰাশি : লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ল’ৰা-ছোৱালীক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃসকলৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্য ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে .
  8. বৃশ্চিক ৰাশি : পৰিয়ালৰ লগত কোনো বিষয়ত ভুল বুজাবুজি হ’ব পাৰে ৷ ভুল বুজাবুজি আঁতৰ কৰিবলৈ চেষ্টা কৰক ৷ অদৰকাৰী খৰচ আৰু দুঃসাহসিক কাৰ্যৰ পৰা আঁতৰি থাকক ৷ দিনটো অতি সাধাৰণভাৱে পাৰ হ’ব ৷ ছাত্ৰসকলে অতিশয় কষ্ট কৰিহে ভাল ফল লাভ কৰিব ৷
  9. ধনু ৰাশি : নিজৰ ওপৰত থকা আশ্বাস, ভাৰসা, নিশ্চয়তাই লক্ষ্যত সফলতা দিব ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফলতা লাভ হʼব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
  10. মকৰ ৰাশি : ব্যৱসায়ত ভাল লক্ষ্য সফল হʼব, ব্যৱসায় ডাঙৰ কৰাত দেশৰ বাহিৰত ভাল সফল হʼব ৷ উত্তমৰূপে কথোপকথন কৰা আৱশ্যক ৷ সফল হʼব ৷ উচিত সময়ত কার্য কৰাত ভাল ফল পাব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
  11. কুম্ভ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খেলিমেলি হʼব পাৰে ৷
  12. মীন ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ সক্ৰিয় অনুভৱ হʼব ৷ কার্য-ব্যৱসায়ত ভাল ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷