কেবাটাও ভাল খবৰ কঢ়িয়াই আনিছে আজি শুকুৰবাৰৰ দিনটোৱে; কোন জাতক/জাতিকাৰ ভাগ্য ভাল- জানো আহক
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শুকুৰবাৰে আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব। গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...
ৰাশিফল (ETV Bharat)

Published : January 9, 2026 at 5:12 AM IST
- মেষ ৰাশি : শুভবাৰ্তা লাভ কৰিব ৷ আজি প্ৰায় সফল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ ভাল বন্ধু লাভ ৷ প্ৰেম সম্পর্কক মনোযোগ দিব ৷ প্ৰশংসা লাভ ৷
- বৃষ ৰাশি : দিনটো ভাল ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ ৷ বাধা-বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত ফল লাভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
- মিথুন ৰাশি : আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ শান্ত হৈ থাকিব ৷ লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ সন্ধিয়াটো নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভাল ৷
- কৰ্কট ৰাশি : খৰচ বৃদ্ধি ৷ কর্মত প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ৷
- সিংহ ৰাশি : দিনটো কঠিন হʼব পাৰে ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা বা নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য কর্মত ইয়াৰ প্ৰভাৱ পৰিব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্মত অধিক ব্যস্ত হʼব ৷
- কন্যা ৰাশি : ইফালে-সিফালে আজি আপুনি অআমন্ত্রিত পৰামর্শ পাব ৷ পৰামর্শবোৰ ভাল হʼব ৷ নিজৰ কর্মত মনোযোগ দিব ৷ প্ৰায় সফল হʼব ৷ নিজৰ মতে চলিব ৷ সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷
- তুলা ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ সন্ধিয়া সৰু যাত্রা হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ সফল হʼব ৷ আজি কোনো লাভ বা ক্ষতি নাই ৷ কঠোৰ পৰিশ্ৰমৰ ভাল সফল লাভ ৷
- বৃশ্চিক ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
- ধনু ৰাশি : নতুন গ্রাহক লাভ ৷ হতাশা নহ’ব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ হতাশা নহ’ব ৷
- মকৰ ৰাশি : প্রিয় দিন ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । সন্ধিয়াটো নিজৰ প্ৰেমৰ লগত কটাব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷
- কুম্ভ ৰাশি : খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷ সহকৰ্মীৰ কাৰ্যভাৰ আপুনি সম্পূৰ্ণ নকৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷
- মীন ৰাশি : দিনটো পৰিয়ালৰ লগত কটাব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ প্রিয় দিন ৷ নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক ৷

