কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...
আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগে আপোনাৰ বাবে অপেক্ষা কৰি আছে ? জানি লওক আজিৰ ৰাশিফলত…

Published : February 9, 2026 at 3:49 AM IST
মেষ ৰাশি : আপোনাৰ দিন প্ৰায় ভাল হʼব ৷ পৰিয়ালৰ লগত আৰু প্ৰেম সম্পর্ক ভাল হʼব ৷ আমদানি-ৰপ্তানি ভাল হʼব ৷ সৰু যাত্রা বা ভ্রমণ হʼব পাৰে ৷ খং-ৰাগৰ কাৰণত সম্পর্কত প্ৰভাৱ পৰিব পাৰে
বৃষ ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷
মিথুন ৰাশি : আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷
কৰ্কট ৰাশি : আজি আপুনি কিছুসময়ৰ বাবে অকলে আৰু নিৰ্জন থাকিবলৈ বিচাৰিব । আজি ধ্যান বা যোগ কৰা প্রয়োজন ৷ তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
সিংহ ৰাশি : আজি আপুনি কর্ম ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷
কন্যা ৰাশি : আনন্দময় দিন হʼব ৷ প্রিয় দিন হʼব ৷ ভাগ্য ভাল হʼব ৷ পৰিয়ালৰ লগত আৰু প্ৰেম সম্পর্ক ভাল হʼব ৷ কার্যত মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷
তুলা ৰাশি : পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷
বৃশ্চিক ৰাশি : খং-ৰাগ কাৰণে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ অধিক তৰ্ক-বিতৰ্ক নকৰিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ড্ৰাইভ সাৱধান সুস্থিৰে কৰিব ৷
ধনু ৰাশি : আমদানি-ৰপ্তানি ভাল সফল হʼব ৷ সৰু যাত্রা বা ভ্রমণ হʼব পাৰে, বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷ পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আপোনাৰ দিন প্ৰায় ভাল সফল হʼব ৷ ব্যৱসায় কৰাত প্ৰায় লক্ষ্য সফল হʼব ৷
মকৰ ৰাশি : পুত্ৰ-কন্যাৰ চিন্তা হʼব পাৰে ৷ কার্য-ব্যৱসায়ত সফলতা লাভ হʼব ৷ কার্য কর্মত সৰু যাত্রা হʼব পাৰে ৷ এই যাত্রা কার্য-ব্যৱসায়ত সফল হʼব ৷
কুম্ভ ৰাশি : আপুনি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত কি জড়িত হʼব ৷ আহাৰ খোৱাৰ আগত বা খোৱা বস্তু লোৱাৰ আগত, শৌচাগাৰ ব্যৱহাৰ কৰাৰ পাছত আৰু কেঁচুৱাক পৰিষ্কাৰ কৰাৰ পাছত চাবোনেৰে হাত ধোৱা আদি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত জড়িত ৷
মীন ৰাশি : প্রিয় দিন হʼব ৷ অধিক বেছি কার্যত মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কার্য জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ :

