কোন ৰাশিৰ হ’ব খৰচ বৃদ্ধি, কাৰ জীৱনত আছে বাধা, কোন ৰাশিৰ লোকে লাভ কৰিব সফলতা ... জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?
দিনটোৰ ৰাশিফল (ETV Bharat Assam)

Published : July 6, 2026 at 7:08 AM IST
- মেষ ৰাশি : সফলতা লাভ হʼব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব, বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল পাব ৷
- বৃষ ৰাশি : আজি দিনটো আপোনাৰ ভাল বন্ধু লাভ হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব, আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷
- মিথুন ৰাশি : ধাৰ্মিক উৎসৱসমূহৰ উদযাপন হʼব পাৰে ৷ নতুন বস্তু বা ব্যৱসায় আপুনি উদ্ঘাটন কৰিব ৷ যাত্রা বা ভ্রমণ হʼব পাৰে, আনন্দময় হʼব ৷
- কৰ্কট ৰাশি : আপুনি নিজৰ ব্যৱসায় মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷ কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
- সিংহ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব ৷
- কন্যা ৰাশি : আজি আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আজি ধ্যান বা যোগ কৰা ভাল ৷ কাৰ্য্য-ব্যৱসায় সতৰ্ক সাৱধানে সুস্থিৰে কৰিব ৷ ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- তুলা ৰাশি : অধ্যয়নৰ আৰু কাৰ্যভাৰ হʼব, কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷
- বৃশ্চিক ৰাশি : কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব ! প্ৰশংসিত হʼব ৷ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ কর্মত জীৱন বিপদত পেলোৱা ভাল ফল পাব ৷
- ধনু ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ! আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসিত হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷ খৰচ সাৱধানে কৰিব ৷ ধন জমা কৰক ৷
- মকৰ ৰাশি : আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
- কুম্ভ ৰাশি : আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব ৷
- মীন ৰাশি : আপুনি আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷

