ETV Bharat / state

দেওবাৰ বন্ধৰ দিন, প্ৰেমৰ পৰা ধন লাভলৈ- কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্যৰ চকা ঘূৰিব, জানো আহক...

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ শনিবাৰৰ দিনটো ? এই দিনটোত কি কি কৰিব, কি কি নকৰিব ? পঢ়ক দিনটোৰ ৰাশিফলত...

Daily Horoscope for 5th July 2026
দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 5, 2026 at 3:46 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : গ্ৰহৰ প্ৰভাৱত দিনটো শুভ ৷ সামাজিক কাম আৰু আনৰ বাবে উপকাৰ কৰি আনন্দিত অনুভৱ কৰিব ৷ বন্ধুৰ লগত খৰচ হ’ব ৷ প্ৰিয়জনক উপহাৰ প্ৰদান কৰিব ৷ প্ৰিয়জনৰ লগত ৰোমাণ্টিক ভ্ৰমণত যাব পাৰে ৷
  2. বৃষ ৰাশি : নতুন অধ্যয়নে সক্ৰিয় অনুভৱ কৰাব ৷ হতাশা নহ’ব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ সত্যৰ ভাল ফল লাভ ৷
  3. মিথুন ৰাশি : পার্টী হʼব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল ৷ প্ৰেমত শুভ ৷ নিজৰ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ৷ কর্মৰ খাতিৰত বাহিৰলৈ সৰু যাত্রা হʼব পাৰে ৷
  4. কৰ্কট ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ নতুন ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
  5. সিংহ ৰাশি : দিনটো বিপদৰ আশংকা আছে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যুক্তিৰে সকলো কথা চিন্তাধা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷
  6. কন্যা ৰাশি : অধ্যয়ন আৰু কাৰ্যভাৰ হʼব ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
  7. তুলা ৰাশি : নতুন ব্যৱসায় আৰম্ভণি কৰিব পাৰে ৷ কৰ্ম জীৱনত নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ কৰ্মত মনোযোগ দিব ৷ কৰ্ম কৰিলে লক্ষ্যত সফল হʼব ৷ ভাগ্য ভাল ৷
  8. বৃশ্চিক ৰাশি : সৰু যাত্রা হʼব পাৰে ৷ জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হʼব পাৰে ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ সৰু যাত্রা বা ভ্রমণে আনন্দ দিব ৷
  9. ধনু ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ সকলো কৰ্ম সহজে কৰিব পাৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷
  10. মকৰ ৰাশি : মিশ্রিত খেলিমেলি হʼব পাৰে ৷ নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখি নিৰ্ণয় ল’ব ৷ খেলিমেলি হʼব ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷
  11. কুম্ভ ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ দিনটো ভাল ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ ৷
  12. মীন ৰাশি : বিবাহিতৰ বাবে দিনটো ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷