ETV Bharat / state

ভগৱান শিৱৰ কৃপাত সোমবাৰে কোনবোৰ ৰাশিৰ জাতক/জাতিকা সমৃদ্ধিশালী হ’ব, জানো আহক...

সোমবাৰ মানেই বাবা ভোলানাথৰ দিন । ভগৱান শিৱৰ কৃপা কাৰ ওপৰত বৰষিব ? ইটিভি ভাৰত, অসমৰ জৰিয়তে জানো আহক আজিৰ ৰাশিফল...

Daily horoscope for 5th January 2026
আজিৰ ৰাশিফল... (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 2:30 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
  2. বৃষ ৰাশি : দিনটো ভাল ৷ প্রিয় দিন হʼব ৷ নাম-সুনাম হʼব ৷ কার্য-ব্যৱসায়ত সফলতা লাভ ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  3. মিথুন ৰাশি : গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম হ’ব পাৰে ৷ দিনটো প্ৰায়ে ভাল ৷ নিজৰ কর্মত মুক্তি অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰশংসা লাভ ৷
  4. কৰ্কট ৰাশি : টকা-পইচা নিশ্চিত হʼব ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ নিজৰ ব্যৱসায় আৰু প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  5. সিংহ ৰাশি : প্ৰশংসা লাভ ৷ আনন্দময় দিন ৷ কিন্তু কিছু মানসিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ বিপদৰ আশংকা আছে ৷
  6. কন্যা ৰাশি : কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷ বন্ধু-বৰ্গৰ লগত দিনটো ভালগৰে কটাব ৷
  7. তুলা ৰাশি : পৰিয়ালৰ যত্ন লওক ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন গৃহলৈ পৰিণত কৰিব পাৰে ৷ কাঠৰ বস্তু কিনিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷ ৰোগ হ’ব পাৰে ৷ সদায় যোগ-অনুশীলন কৰাটো ভাল ৷
  8. বৃশ্চিক ৰাশি : শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে । পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ আজি ভাগ্য ভাল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷
  9. ধনু ৰাশি : প্রিয় দিন হʼব ৷ নাম-সুনাম হʼব ! কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব ৷ প্ৰশংসা লাভ ৷ নিজৰ ওপৰত 100% মনোযোগ দিব ৷ ভাল ফল লাভ হʼব ৷
  10. মকৰ ৰাশি : সফলতা অনুসন্ধানৰ চিন্তা কৰক ৷ কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । নিজৰ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷ কার্য-ব্যৱসায়ত সফলতা লাভ ৷
  11. কুম্ভ ৰাশি : নিজৰ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ সফল হʼব ৷
  12. মীন ৰাশি : এক সক্ৰিয় দিন হʼব ৷ মানসিক চিন্তা থাকিব আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে; তথাপিও আপুনি প্ৰায় সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল ৷ নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব ৷ প্ৰশংসা লাভ ৷ নিজৰ ব্যৱসায় কর্মত ব্যস্ত হ’ব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷