ETV Bharat / state

কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আজি আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব ।গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...

Daily Horoscope for 4th march 2026
ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 4:33 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : আজি প্ৰায় ভাল ৷ কর্মত কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ ভালদৰে যত্ন লওক ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
  2. বৃষ ৰাশি : নিজৰ মনৰ কথা শুনক ৷ জীৱনৰ বহুতো ক্ষেত্ৰত সফল ৷ সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব ।
  3. মিথুন ৰাশি : মিশ্রিত খেলিমেলি হʼব পাৰে ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ কর্মত ব্যস্ত থাকিব ৷ ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
  4. কৰ্কট ৰাশি : কার্য জীৱনত ভাল পদোন্নতি হʼব ৷ নাম আৰু সুনাম হʼব ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিব ৷ ভাগ্য ভাল ৷
  5. সিংহ ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল ৷ সফলতা লাভ ৷ সক্ৰিয় অনুভৱ ৷ গ্ৰহৰ স্থান ভাল ৷
  6. কন্যা ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ ভাল লক্ষ্য ৷ সফল হʼব ৷ মহিলাৰ ভাগ্য ভাল ৷ তথাপিও সতৰ্ক থকাটো ভাল ৷ আবেলি প্ৰায় ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
  7. তুলা ৰাশি : আজি বহুত লাভ হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফল হʼব ৷
  8. বৃশ্চিক ৰাশি : খেলিমেলি হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ মিশ্রিত খেলিমেলি হʼব পাৰে ৷
  9. ধনু ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  10. মকৰ ৰাশি : ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থাকিব ৷ ব্যক্তিগত জীৱন ইয়াৰ প্ৰভাৱ পৰিব ৷ যোগ-অনুশীলন কৰা ইচ্ছা হʼব পাৰে ৷
  11. কুম্ভ ৰাশি : যুগল স্থিতিৰ সম্মুখীন হʼব ৷ ই দুঃচিন্তাৰ কাৰণ হʼব পাৰে ৷ মানসিক অশান্তি বা হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
  12. মীন ৰাশি : মিশ্রিত খেলিমেলি হʼব পাৰে ৷ নিৰ্দেশনাৰ ওপৰত ভাৰসা ৰাখি সকলো নিৰ্ণয় ল'ব । খেলিমেলি হʼব পাৰে ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷