বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Published : November 3, 2025 at 3:47 AM IST
মেষ ৰাশি : কাহ,কফ আৰু সাধাৰণ বিষে আপোনাক অসুবিধাত পেলাব, কিন্তু এইবোৰে আপোনাৰ কাম কৰাৰ ক্ষমতাত প্ৰভাব পেলাব নোৱাৰে ৷ কিছু সময় জিৰণি লওক ৷ অলপ সময় ধ্যান আৰু গান শুনি চিন্তা মুক্ত হওক ৷ আনক সহায় কৰিবলৈ নাযাব ৷ এই কথা অলপ আচৰিত হ’লেও এই সময়ত আনক সহায় কৰিবলৈ গৈ আপুনি বিপদত পৰাৰ সম্ভাবনাই বেছি ৷ ধাৰ লোৱা আৰু দিয়াৰ ক্ষেত্ৰত কিছু সাবধান হওক ৷ লাভৰ চমু পথ ত্যাগ কৰক ৷
বৃষ ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব ৷
মিথুন ৰাশি : আপোনাৰ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷ প্ৰত্যেক মানুহে তেওঁৰ সকলো পৰিশ্ৰমত সুখভোগ কৰে ৷ প্ৰশংসা লাভ হʼব ৷
কৰ্কট ৰাশি : জীৱনত প্ৰভাৱ পৰিব অধ্যয়নৰ আৰু কাৰ্যভাৰ হʼব, কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
সিংহ ৰাশি : শাৰীৰিক সমস্যা বা চিকিৎসা আগৰ সূচীমতেই কৰোৱাওক ৷ কিয়নো শৰীৰৰ কথা সকলোতকৈ প্ৰথমে আহে ৷ কামৰ পৰা অলপ দিন অব্যাহতি লওক ৷ ঘৰতে নিজ হাতেৰে খাদ্য বনাওক ৷ মানসিক অশান্তিয়ে আপোনাক অসুবিধাত পেলাব ৷ ধৰ্মত মন দিয়ক আৰু যোগ সাধনাৰে মনক এইবোৰৰ পৰা আঁতৰাই ৰাখক ৷
কন্যা ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায়িক কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ভাল ফল হʼব ৷ আপুনি আপোনাৰ পছন্দ কার্য-ব্যৱসায় যোগদান দিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফলতা লাভ হʼব ৷
তুলা ৰাশি : আজি আপোনাৰ ভাল সুযোগ ৷ আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ নতুন ব্যৱসায় বিচাৰ হʼব পাৰে ৷ আপুনি প্ৰায় সফল হʼব ৷
বৃশ্চিক ৰাশি : এটা মিশ্ৰিত দিন ৷ ব্যৱসায়িক ভ্ৰমণ বাতিল কৰক ৷ ছাত্ৰ ছাত্ৰীসকলৰ সময় ভাল ৷ শিক্ষক, লিখক আদিৰ লাভজনক সময় ৷ ধনাগমনৰ যোগ আছে ৷ আপোনাৰ কষ্টৰ ফল লাভ কৰিব ৷ ষ্টক বজাৰত টকা নলগাব ৷ যিহেতু এইয়া সহজে ঘটা টকা আৰু গ্ৰহ সহজে ঘটাৰ পক্ষত নাই ৷
ধনু ৰাশি : আজি আপুনি ব্যৱসায়িক কর্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ৷
মকৰ ৰাশি : আপুনি যুক্তিসূত্ৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ভাল লক্ষ্য সফল হʼব, মহিলাৰ ভাগ্য ভাল হʼব ৷ কিয়নো আজি বিপদাশঙ্কা নহয়, কিন্তু সতৰ্ক থকাটো ভাল ৷ বিপদত পৰাৰ পৰা সুৰক্ষিত ৰাখিব ৷ আবেলি প্ৰায় ভাল হʼব ৷
কুম্ভ ৰাশি : বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ কর্ম কৰিব, সফল হʼব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিব ৷
মীন ৰাশি : বিয়া আৰু সংযোগত সফলতা লাভ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ নতুন সক্ৰিয় দিন হ’ব ৷ আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷

