2025 বছৰৰ অন্তিমটো দিন কেনে যাব ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...
আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে ?জানি লওক বুধবাৰৰ আপোনাৰ ৰাশিফল...
ৰাশিফল (ETV Bharat)

Published : December 31, 2025 at 5:00 AM IST
- মেষ ৰাশি : আপোনাৰ কথাই আনক মানসিক আঘাত দিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়া সংযোগত সফলতা লাভ ৷
- বৃষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্রা হʼব পাৰে ৷ আবেলি কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- মিথুন ৰাশি : আপোনাৰ কাষৰীয়া লোকসকলে আৰাম কৰিব আৰু আপুনি কর্মত ব্যস্ত হৈ থাকিব ৷ কর্মৰ বাবে সৰু যাত্রা হʼব পাৰে ৷ এই যাত্রা কৰ্ম-ব্যৱসায়ত লাভ আনিব ৷
- কৰ্কট ৰাশি : কর্মত প্ৰবল হেঁচাৰ সন্মুখীন হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ৷
- সিংহ ৰাশি : বহুত আৱেগিক হৈ পৰিব পাৰে ৷ জীৱনত ভাল সফলতা লাভ ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷
- কন্যা ৰাশি : পিতা-মা লʼৰা-ছোৱালীৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷ সক্ৰিয় অনুভৱ হʼব ৷ প্ৰেমৰ সম্পর্ক ৷
- তুলা ৰাশি : ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰিব পাৰে ৷ পার্টী হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ প্ৰেমৰ সংযোগত সফলতা লাভ ৷
- বৃশ্চিক ৰাশি : খুব কম সময়ত লাভ কৰা সফল উচিত নহয় । আপোনাৰ প্ৰায় ভাল হʼব ৷ কর্ম ব্যৱসায়ত সৰু যাত্রা হʼব পাৰে ৷ এই যাত্রাই সফলতা কঢ়িয়াই আনিব ৷ সন্ধিয়া পৰিয়ালৰ লগত কটাব ৷
- ধনু ৰাশি : কর্মত শান্ত হৈ থাকিব ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ সন্ধিয়া পৰিয়ালৰ লগত কটাব ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ সন্ধিয়াটো প্ৰায় ভাল ৷ বুদ্ধিমতাৰে কর্ম কৰিব ৷
- মকৰ ৰাশি : আজি প্ৰায় ভাল হʼব ৷ নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ ভুল পথত নচলিব ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷
- কুম্ভ ৰাশি : আজি কোনো কাৰণ নথকাকৈয়ে পার্টী হʼব পাৰে ৷ আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব ৷ নতুন বন্ধুৰ লগত পৰিচয় হ’ব পাৰে ৷
- মীন ৰাশি : ভাল দিন ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ ব্যৱসায়ৰ কৰ্মত ভাল ৷

