বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : October 30, 2025 at 7:33 AM IST
- মেষ ৰাশি : নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ সাৰ্ব্বভৌমত্ব প্ৰতিষ্ঠা কৰক ৷ দিনটো প্রিয় ৷ নাম আৰু সুনাম হʼব ৷ শান্ত হৈ থাকক ৷
- বৃষ ৰাশি : আনন্দময় দিন ৷ পার্টী হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ নিজৰ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ৷ কর্মৰ খাতিৰত সৰু যাত্রা হʼব পাৰে ৷ কৰ্ম-ব্যৱসায়ত সফল ৷
- মিথুন ৰাশি : কোনো পৰিস্থিতি সম্বন্ধে আপোনাক কোনোবাই নেতিবাচক তথ্য দিলে তেওঁৰ পৰা দূৰত থাকক । নেতিবাচক মনোভাৱ, আৰ্থিক কষ্ট আৰু আপুনি ভোগ কৰা আটাইবোৰ সমস্যাই আপোনাক ভুল পথত লৈ যাব । সকলো প্ৰকাৰ উদ্বেগ আৰু নেতিবাচক মনোভাৱ দূৰ কৰিবলৈ ধ্যান আৰু প্ৰাৰ্থনা কৰক ৷
- কৰ্কট ৰাশি : বিবাহিতৰ বাবে এইটো দিন ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ আনন্দময় হʼব ৷ ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব ৷
- সিংহ ৰাশি : ইফালে-সিফালে আজি আপুনি অআমন্ত্রিত পৰামর্শ পাব ৷ কিন্তু ভাল পৰামর্শ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
- কন্যা ৰাশি : অকস্মাৎ ব্যয় আৰু হজম সম্বন্ধীয় সামান্য অসুস্থতা হ’ব পাৰে । ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ আলোচনাৰ পৰা তৰ্ক-বিতৰ্ক আৰু কাজিয়া-বিবাদৰ সৃষ্টি হ’ব । কোনো ঘনিষ্ঠ বন্ধু বা প্ৰিয়জনক লগ পাই আনন্দ লাভ কৰিব । শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে দিনটো অনুকূল নহয় ।
- তুলা ৰাশি : পৰিয়ালৰ যনত লওক ৷ পুৰণি ঘৰটো ন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷ সন্তানৰ সফলতাৰ বাবে দিনটো আনন্দময় হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷
- বৃশ্চিক ৰাশি : দিনটো আপোনাৰ বাবে সৌভাগ্যশালী । সকলো প্ৰকাৰ আনন্দদায়ক আলোচনাত অংশগ্ৰহণ কৰিব ৷ আজিৰ সময়টো বৰ ভাল ৷ আপোনাৰ সম্পদ বৃদ্ধি পাব ৷ কৰ্মক্ষেত্ৰত সফলতা পাব । সৰু সুৰা সুখকৰ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে ।
- ধনু ৰাশি : কিছু সময়ৰ বাবে অকলে আৰু নিৰ্জনে থাকিবলৈ বিচাৰিব । শান্ত বা মধুৰ বাক্যই সকলোকে উৎসাহিত কৰিব ৷ ধ্যান বা যোগ কৰাটো ভাল প্রয়োজন ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- মকৰ ৰাশি : দিনটো প্ৰাৰ্থনা ৷ কোনো ধৰ্মীয় আচাৰ পালন কৰিব পাৰে । ঘৰুৱা পৰিৱেশ ইতিবাচক হৈ থাকিব । বন্ধু আৰু প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে । কামত আপোনাৰ ঊৰ্ধ্বতনসকলৰ পৰা সন্তুষ্ট হ’ব ।
- কুম্ভ ৰাশি : শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বা বিবাদত লিপ্ত হ’ব পাৰে । ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব । অতিৰিক্ত ব্যয় হ’ব পাৰে । ব্যক্তিগত ক্ষতি হোৱাৰ পিছতো আপুনি লাভবান হৈ থাকিব । নিজৰ কথা আৰু খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক । দুৰ্ঘটনা হ’ব পাৰে ।
- মীন ৰাশি : যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ নিন্দা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ হানিকাৰক আলোচনা নকৰিব ৷ ই জীৱনত প্ৰভাৱ পৰিব পাৰে ৷

