ETV Bharat / state

একাধিক ৰাশিৰ বাবে শুভ আজিৰ দিনটো… কোনে কৰিব পাৰিব বিদেশ ভ্ৰমণ… জানক দিনটোৰ ৰাশিফলত

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 29th November 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 29, 2025 at 5:01 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : দিনটো আপোনাৰ বাবে লাভদায়ক আৰু ঘটনাবহুল । আজি চ’চিয়েল নেটৱাৰ্কিঙক লৈ ব্যস্ত হৈ থাকিব । নতুন যোগাযোগ কামত আহিব । পূৰ্ব পৰিকল্পনা বহিঃৰ্ভূত ব্যয়ৰ ইংগিত আছে । ব্যৱসায়ত সফল । বয়োজ্যেষ্ঠ আৰু ঊৰ্ধ্বতনসকলৰ পৰা সাহায্য পাব ৷ অকস্মাৎ সৌভাগ্যৰ উদয় হ’ব । সুখকৰ ভ্ৰমণৰ যোগ ৷
  2. বৃষ ৰাশি : চাকৰি কৰা সকলৰ কামৰ ক্ষেত্ৰত ভাল ফল দেখুওৱাৰ সময় ৷ নতুন ক্ষেত্ৰত কৰা কাম সহজ গতিত হৈ থাকিব ৷ সহকৰ্মী আৰু বচৰ সহযোগিতা লাভ কৰিব ৷ পদোন্নতি হ’ব ৷ পুৰস্কাৰ লাভৰ সময় ৷ আগতে হৈ নুঠা কামবোৰ আজি সম্পূৰ্ণ হ’ব ৷ বৈবাহিক জীৱন সুন্দৰ আৰু চৰকাৰী কামত সফল ৷
  3. মিথুন ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য কর্ম প্ৰভাৱ পৰিব ৷ দুৰ্ভাগ্যৰ হʼব পাৰে ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ মিশ্রিত খেলিমেলি হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  4. কৰ্কট ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ প্ৰশংসা লাভ ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷ ব্যৱসায়ত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷
  5. সিংহ ৰাশি : আজি আপোনাৰ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ পৰীক্ষা হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷ সকলো পৰিশ্ৰমৰ সুখ ভোগ কৰিব ৷ প্ৰশংসা লাভ ৷
  6. কন্যা ৰাশি : নিজৰ কর্মত মুক্তি অনুভৱ কৰিব ৷ যুৱক-যুৱতীসকলৰ বাবে ভাল দিন ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিতৰ বাবে ভাল দিন ৷
  7. তুলা ৰাশি : সক্ৰিয় অনুভৱ হʼব ৷ দিনটো প্ৰায় ভাল ৷ বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ পছন্দ কাৰ্যই সহায় কৰিব ৷ পিছে কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷
  8. বৃশ্চিক ৰাশি : আজি আপুনি মানসিক উদ্বেগ আৰু অশান্তিত ভুগিব ৷ শাৰীৰিকভাৱেও সুস্থ নাথাকিব । সংবেদনশীলতাৰে কাম কৰি যোৱাৰ কাৰণে আপুনি আজি ধীৰ-স্থিৰ হৈ থাকক । বন্ধু আৰু আত্মীয়-স্বজনৰ পৰা মৰম চেনেহ নাপাবও পাৰে ৷ তেওঁলোকে আপোনাৰ মনৰ কথা বুজি নাপাব । আৰ্থিক ক্ষতিৰ ইংগিত আছে । গুৰুত্বপূৰ্ণ নথিপত্ৰত চহী কৰাৰ পৰা বিৰত থাকক ।
  9. ধনু ৰাশি : ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থাকিব ৷ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷ কর্মত প্ৰবল হেঁচা পাব ৷ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।
  10. মকৰ ৰাশি : মিশ্রিত খেলিমেলি হʼব পাৰে ৷ বিশৃঙ্খলতা হ’ব পাৰে । নতুন পৰিকল্পনা নকৰিব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
  11. কুম্ভ ৰাশি : দিনটো প্ৰায় ভাল ৷ সকলো কথা ভালকৈ চিন্তা কৰিব ৷ অন্যথা বিপদ হ’ব পাৰে ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
  12. মীন ৰাশি : আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷