কোন ৰাশিত আজি মা লক্ষ্মীৰ আশীৰ্বাদ বৰষিব ? কোনে ল’ব লাগিব সাৱধানতা, জানো আহক...
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আজি আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব। গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...
ৰাশিফল (ETV Bharat)

Published : January 29, 2026 at 12:19 AM IST
- মেষ ৰাশি : নিজৰ কর্মত মুক্ত অনুভৱ কৰিব । যুৱক-যুৱতীৰ বাবে ভাল দিন । আনন্দময় হʼব । পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ।বিয়াৰ সংযোগত সফল । প্ৰেমৰ সম্পর্ক ভাল । বিবাহিৰ বাবে ভাল দিন ।
- বৃষ ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ মানসিক চিন্তা হʼব পাৰে । বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে । কর্মত শান্ত হৈ থাকি কৰিব । সফল হʼব ।
- মিথুন ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় । খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰে । ভ্রমণৰ যোগ ।সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । বন্ধু-বৰ্গৰ লগত সম্পৰ্ক ভাল ।
- কৰ্কট ৰাশি : প্ৰেমৰ সম্পর্কক মনোযোগ দিব । খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে । শান্ত হৈ থাকিব । পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । প্ৰেমৰ সম্পর্ক ভাল । সৰু যাত্রা হʼব পাৰে । এলেহুৱা হৈ পৰিব পাৰে ।
- সিংহ ৰাশি : দিনটো ভাল । ভাগ্য ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব । সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ।
- কন্যা ৰাশি : আনন্দময় দিন হʼব । পৰিয়ালৰ লগত সম্পর্ক ভাল । বজাৰ কৰিবলৈ যাব পাৰে । প্ৰেমৰ সম্পর্ক ভাল । সন্ধিয়ালৈ আপোনাৰ আশা পূৰণ হʼব ।
- তুলা ৰাশি : আজি মিশ্রিত খেলিমেলি হʼব পাৰে । কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে । কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব । লক্ষ্য সফল । কঠোৰ পৰিশ্ৰম কৰিব ।
- বৃশ্চিক ৰাশি : দিনটো ভাল । ভাগৰি পৰিব পাৰে । নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব । কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব । সন্ধিয়ালৈ আপোনাৰ আশা পূৰণ হʼব ।
- ধনু ৰাশি : দিনটো ভাল । দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল । প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব । প্ৰেমৰ সম্পর্ক ভাল হʼব ।
- মকৰ ৰাশি : খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে । হতাশা হʼব । পুনৰ চেষ্টা কৰিব । কঠোৰ পৰিশ্ৰমৰ ফল লাভ । যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ।
- কুম্ভ ৰাশি : নিজৰ ব্যৱসায় কর্মত সম্পর্ক মনোযোগ দিব । যুক্তিৰে সকলো কথা চিন্তা কৰিব । খেলিমেলি হʼব পাৰে ।
- মীন ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব । বহুতো ব্যক্তিৰ লগত সংযোগ হʼব । পছন্দৰ কাৰ্যই সহায় কৰিব । ভাল বন্ধু লাভ । কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ।

