কোন ৰাশিৰ ব্যৱসায়ত দিন শুভ, কাৰ হ’ব পদোন্নতি, কোন ৰাশিৰ লোকে ল’ব লাগিব স্বাস্থ্যৰ যতন... জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো ? এই দিনটোত কি কি কৰিব, কি কি নকৰিব ? পঢ়ক দিনটোৰ ৰাশিফলত...

Published : May 28, 2026 at 5:30 AM IST
মেষ ৰাশি : আপোনাৰ দিন প্ৰায় ভাল হʼব ৷ পৰিয়ালৰ লগত আৰু প্ৰেম সম্পর্ক ভাল হʼব ৷ আমদানি-ৰপ্তানি ভাল হʼব ৷ বন্ধু-বৰ্গৰ লগত সৰু যাত্রা হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ কাৰণে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷
বৃষ ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷
মিথুন ৰাশি : আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷
কৰ্কট ৰাশি : আজি আপুনি কিছুসময়ৰ বাবে অকলে আৰু নিৰ্জন থাকিবলৈ বিচাৰিব । আজি ধ্যান বা যোগ কৰা ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
সিংহ ৰাশি : আজি আপুনি কর্ম, ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷
কন্যা ৰাশি : আনন্দময় দিন হʼব ৷ প্রিয় দিন হʼব ৷ ভাগ্য ভাল হʼব ৷ পৰিয়ালৰ লগত আৰু প্ৰেম সম্পর্ক ভাল হʼব ৷ লক্ষ্য সফল হʼব ৷
তুলা ৰাশি : দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
বৃশ্চিক ৰাশি : আপোনাৰ খং-ৰাগ কাৰণে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
ধনু ৰাশি : আমদানি-ৰপ্তানি ভাল হʼব ৷ সৰু যাত্রা বা ভ্রমণ হʼব পাৰে ৷ পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আপোনাৰ দিন প্ৰায় ভাল হʼব ৷ ব্যৱসায় কৰাত লক্ষ্য প্ৰায় সফল হʼব ৷
মকৰ ৰাশি : দিন ভাল হʼব ৷ ব্যৱসায় আৰু কার্য-ব্যৱসায়ত সফল হʼব ৷ কার্য কর্মত সৰু যাত্রা হʼব পাৰে ৷
কুম্ভ ৰাশি : আহাৰ খোৱাৰ আগত বা খোৱা বস্তু লোৱাৰ আগত, শৌচাগাৰ ব্যৱহাৰ কৰাৰ পাছত আৰু কেঁচুৱাক পৰিষ্কাৰ কৰা বা সলনি কৰাৰ পাছত চাবোনেৰে হাত ধোৱা আদি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত জড়িত ৷
মীন ৰাশি : প্রিয় দিন হʼব ৷ অধিক বেছি কার্যত মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কার্য জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷

