ETV Bharat / state

শনি দেৱৰ প্ৰভাৱত সলনি হ’ব নেকি আপোনাৰ ভাগ্য; সফলতাৰ তালিকাত আছে এই ৰাশিৰ জাতক-জাতিকাসকল

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শনিবাৰে আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব। গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...

Daily Horoscope for 28th February 2026
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 3:33 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷
  2. বৃষ ৰাশি : প্রিয় দিন ৷ নাম আৰু সুনাম হʼব ৷ কার্য-ব্যৱসায়ত সফল ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷ আনন্দময় দিন ৷
  3. মিথুন ৰাশি : দিনটো মিশ্ৰিত ফলদায়ক ৷ আপুনি যিমানেই ভাগৰুৱা হৈ নাথাকক কিয়, মিটিঙত ভাল ফল দেখুৱাব পাৰিব ৷ কায্যদক্ষতা আৰু কষ্টৰ ফল লাভ ৷ ধন সম্পত্তি বৃদ্ধি ৷
  4. কৰ্কট ৰাশি : খৰচ বৃদ্ধি ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
  5. সিংহ ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ কৰ্ম বিধিত অধিক ব্যস্ত ৷
  6. কন্যা ৰাশি : কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ দিনটো ভাল ৷
  7. তুলা ৰাশি : আনন্দময় দিন ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ কার্য-ব্যৱসায়ত সফল ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ বিবাহিতৰ বাবে দিনটো ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷
  8. বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কর্মত শান্ত হৈ থাকিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷
  9. ধনু ৰাশি : বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ পছন্দ কাৰ্যই সহায় কৰিব ৷ নতুন বন্ধু হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
  10. মকৰ ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷
  11. কুম্ভ ৰাশি : সক্ৰিয় দিন হʼব ৷ মানসিক চিন্তা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল ৷ নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব ৷ প্ৰশংসা লাভ ৷ নিজৰ ব্যৱসায়ত ব্যস্ত হ’ব ৷
  12. মীন ৰাশি : টকা-পইচাৰ নিশ্চিতি হʼব ৷ নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷