বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : November 27, 2025 at 5:01 AM IST
- মেষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ যুক্তিসূত্ৰৰে সকলো কথা চিন্তা কৰিব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷
- বৃষ ৰাশি : খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷
- মিথুন ৰাশি : বিয়াৰ সংযোগত সফলতা লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিসকলৰ বাবে ভাল দিন ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ সন্ধিয়া মানসিক চিন্তা হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷
- কৰ্কট ৰাশি : কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে ৷ বন্ধুবৰ্গৰ লগত সময় কটাওক ৷ আনন্দ উপভোগ কৰক । নিজৰ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখক । নতুন কাম আৰম্ভ নকৰিব ৷ দুৰ্ঘটনা হোৱাৰ প্ৰবল সম্ভাৱনা আছে ৷ সাৱধানতাৰে গাড়ী চলাওক ।
- সিংহ ৰাশি : হতাশা নহ’ব ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ কর্ম কৰিব ৷
- কন্যা ৰাশি : কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মত কোনো পলম নকৰাকৈ সফল পাব ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
- তুলা ৰাশি : আজি বহুত লাভ হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম থাকি কৰিব ৷
- বৃশ্চিক ৰাশি : পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
- ধনু ৰাশি : আজি বিয়া আৰু সংযোগত সফল লাভ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিতৰ বাবে ভাল দিন ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
- মকৰ ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নিজৰ ব্যৱসায় বা কৰ্মত মনোযোগ দিব ৷ জীৱনত সফল ৷
- কুম্ভ ৰাশি : দিনটো ভাল ৷ সফলতা লাভ ৷ সক্ৰিয় অনুভৱ হʼব ৷ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷
- মীন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ আবেলিটো প্ৰায় ভাল হʼব ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷

