ধনু ৰাশিৰ লোকসকলৰ বাবে দিনটো অনুকূল, মীন ৰাশিৰ লোকসকলৰ হ’ব খৰচ বৃদ্ধি, কেনে যাব আপোনাৰ আজিৰ দিনটো...
আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগে আপোনাৰ বাবে অপেক্ষা কৰি আছে ? জানি লওক আজিৰ ৰাশিফলত…

Published : January 26, 2026 at 4:59 AM IST
মেষ ৰাশি: পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ টকা ৰাহি, খৰচ ভালেই ৷ সুস্থিৰে খৰচ কৰিব ৷
বৃষ ৰাশি: আন লোকক ভয়-ভীত প্ৰদৰ্শনৰ লগতে শাসন কৰিব ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰখা উচিত ৷ বহুতো ব্যক্তি লগত বন্ধুত্বপূৰ্ণ সংযোগ হ’ব ৷ আজি নতুন পৰিকল্পনা নকৰিব ৷ আপোনাৰ প্ৰায় ভাল হ’ব ৷
মিথুন ৰাশি: আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ভাল লক্ষ্য সফল হ’ব, কিন্তু বন্ধুৰ লগত তৰ্কত জড়িত হৈ পৰিব পাৰে ৷ ভালপোৱা, প্ৰেমৰ সম্পর্ক শুভ ৷ কিন্তু নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷
কৰ্কট ৰাশি: নতুন বন্ধুবৰ্গৰ বিচাৰ হ’ব পাৰে, ভাল বন্ধুত্ব হ’ব ৷ বন্ধুবৰ্গৰ লগত দিনটো ভালেৰে যাব ৷ মানসিক চিন্তাই দেখা দিব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷
সিংহ ৰাশি: আপোনাৰ নতুন বিষয় অধ্যয়ন কৰিবলৈ আগ্ৰহ জন্মিব পাৰে ৷ ভাল আৰু সফলতাৰে ভৰা এটা দিন ৷ সক্ৰিয় অনুভৱ হ’ব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত সফল হ’ব ৷ গ্ৰহৰ স্থিতি ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে সফলতা লাভ কৰিব ৷
কন্যা ৰাশি: দিনটোত ভয়, নিৰাপত্তাহীন আৰু অনিশ্চয়তা অনুভৱ হ’ব ৷ ভাল বন্ধু লাভ কৰিব ৷ সেইবাবে তেওঁলোকক স্পষ্টকৈ কওঁক যে আপুনি নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ আৰু তাক কোনেও ভংগ কৰিব নোৱাৰে । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
তুলা ৰাশি: কন্যা-শিশুৰ সফলতাৰ বাবে আনন্দময় দিনত পৰিণত হ’ব ৷ কৰ্ম জীৱনত পদোন্নতিৰ সম্ভাৱনা ৷ টকা-পইচাৰ নিশ্চিতি ৷ নতুন কৰ্ম-লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হ’ব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
বৃশ্চিক ৰাশি: নতুন অধ্যয়নৰ প্ৰতি সক্ৰিয় অনুভৱ হ’ব ৷ কার্য-ব্যৱসায়ত নিশ্চিতি নোহোৱাৰ সম্ভাৱনা ৷ কিন্তু হতাশ নহ’ব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ সুফল লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন ৷
ধনু ৰাশি: আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ সুফল লাভ কৰিব ৷ বন্ধুৰ লগত অথবা প্ৰেমৰ সম্পর্কৰ সৈতে পার্টী হ’ব পাৰে ৷ দিনটো প্ৰায় ভালেই ৷
মকৰ ৰাশি: আপোনাৰ দৃঢ় নিশ্চয়তা, নিজৰ ওপৰত সম্পূৰ্ণ ভৰষা ৰখা উচিত ।নিজৰ ভাল গুণৰ বাবে কঠিন পৰিস্থিতিতো সঠিক ফল লাভ কৰিব ৷ কর্ম-সমৰ্পণ কৰা প্ৰতিজ্ঞা লোৱা উচিত ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ নিজৰ ব্যৱসায়, কর্মত মনোযোগ দিব ৷ লক্ষ্যত সফল হ’ব ৷
কুম্ভ ৰাশি: কোনো কাৰণ অবিহনেই বন্ধু অথবা প্ৰেমৰ সম্পর্কৰ সৈতে পাৰ্টী হ’ব পাৰে ৷ আজি উৎসৱ পালন কৰিব ৷ দিনটো বিপদাশংকা নহয় ৷ প্ৰায় ভালেই হ’ব ৷ কৰ্ম জীৱনত পদোন্নতিৰ যোগ ৷ লক্ষ্যত সফল ৷ লাভৰ যোগ ৷
মীন ৰাশি: খৰচ বৃদ্ধি হ’ব পাৰে ৷ টকা-পইচা অনিশ্চিত ৷ সুস্থিৰে খৰচ কৰিব ৷ খৰচ বৃদ্ধিৰ যোগ ৷ সতৰ্ক হোৱা উচিত ৷

