কোন ৰাশিত আজি মা লক্ষ্মীৰ আশীৰ্বাদ বৰষিব ? কোনে ল’ব লাগিব সাৱধানতা, জানো আহক...
আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে ?জানি লওক দিনটোৰ আপোনাৰ ৰাশিফল...
ৰাশিফল (ETV Bharat)

Published : February 26, 2026 at 3:45 AM IST
- মেষ ৰাশি : বিপদৰ শংকা নাই ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ বন্ধুৰ লগত তৰ্কত জড়িত হৈ পৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ কঠোৰ পৰিশ্ৰম লাভ ৷
- বৃষ ৰাশি : দিনটো ভাল ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য কর্ম প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব । যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷
- মিথুন ৰাশি : হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ দিনটো শুভ ৷
- কৰ্কট ৰাশি : নিজৰ কর্মত মুক্তি অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ বজাৰ কৰিবলৈ যোৱাৰ দিন ৷
- সিংহ ৰাশি : জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ নিজৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰখা উচিত ।
- কন্যা ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
- তুলা ৰাশি : নিজৰ শিল্পী প্ৰতিভাৰ গুণাগুণ ব্যৱহাৰ কৰিব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷
- বৃশ্চিক ৰাশি : দিনটো ভাল ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ ৷
- ধনু ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ দিনটো প্ৰায় ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- মকৰ ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷ সন্ধিয়ালৈ সকলো আশা পূৰ হ’ব ৷
- কুম্ভ ৰাশি : বিদেশলৈ শিক্ষা অধ্যয়ন কৰিবলৈ যাব পাৰে ৷ ভাগ্য ভাল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷
- মীন ৰাশি : দিনটো ভাল ৷ ভাগ্য ভাল ৷ নিজৰ ব্যৱসায় আৰু কর্মত মনোযোগ দিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ বিদেশলৈ শিক্ষা অধ্যয়ন কৰিবলৈ যাব পাব পাৰে ৷

