স্বাস্থ্য, কৰ্ম, প্ৰেম- ৰাশিফল অনুসৰি কেনে যাব আজি আপোনাৰ দিনটো, জানো আহক আজিৰ ৰাশিফলত
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : December 26, 2025 at 5:00 AM IST
- মেষ ৰাশি : চিন্তাধাৰাবোৰ ভাল হʼব ৷ জীৱনত ভাল পদোন্নতি হʼব ৷ প্ৰশংসা লাভ হʼব ৷
- বৃষ ৰাশি : চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো ভাগ্য সুপ্ৰসন্ন । নতুন কামে সফল পৰিণতি লাভ কৰিব । ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি অনুকূল থাকিব, যাৰ ফলত আপোনাৰ পদোন্নতিৰ ব্যৱস্থাও কৰিব পাৰে । সাংসাৰিক সুখ নিশ্চিত । অসমাপ্ত কাম সন্তোষজনকভাৱে সমাপ্ত হ’ব ।
- মিথুন ৰাশি : ভ্রমণৰ যোগ ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰিব ৷
- কৰ্কট ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হৈ থাকিব ৷ দিনটো মধ্যমীয়া ৷
- সিংহ ৰাশি : স্বামী-স্ত্ৰীৰ মাজত তিক্ততা দেখা দিব পাৰে, যাৰ ফলত ক্ষোভৰ সৃষ্টি হ’ব । জীৱনসংগী অসুস্থ হ’ব পাৰে । সহকাৰী আৰু ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে কথা পতাৰ সময়ত শান্ত হৈ থাকক । অহেতুক আৰু অকৃতজ্ঞ কথাবতৰাত লিপ্ত হৈ নপৰিব । মামলা-মোকৰ্দমাৰ পৰা প্ৰত্যাশিত ফল নাপাবও পাৰে । ৰাজহুৱা বা সামাজিক স্বীকৃতি পোৱাৰ কোনো সম্ভাৱনা নাই ।
- কন্যা ৰাশি : বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাল । আজি আপুনি নিজৰ প্ৰতিযোগী, অংশীদাৰ আৰু সহকৰ্মীসকলতকৈ আগবাঢ়ি থাকিব । সহকৰ্মীসকলে আপোনাক সাহায্য-সহযোগিতা কৰিব । সংসাৰত বহুত আনন্দ আৰু পৰিতৃপ্তি পাব । স্বাস্থ্য বেয়া হ’ব পাৰে । লাভৰ তীব্ৰ যোগ আছে । বেমাৰত ভুগি থকাসকলে সুস্থ হৈ উঠিব পাৰে ।
- তুলা ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ সতৰ্ক হৈ থকা উচিত ৷ আপুনি বহুতো ব্যক্তিক আঘাত কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ ভাল বন্ধু লাভ ৷
- বৃশ্চিক ৰাশি : সৰু যাত্রা হʼব পাৰে ৷ জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হʼব পাৰে ৷ নতুন পৰিৱৰ্তনত আনন্দ নহ’লে পুৰণি অনুসূচী সম্মুখীন হʼব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ সৰু যাত্রা বা ভ্রমণে আনন্দ দিব ৷
- ধনু ৰাশি : দিনটো খেলিমেলি হʼব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷
- মকৰ ৰাশি : দিনটো বৰ ভাল নহয় । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল হ’ব । পৰিয়ালৰ লোকসকলৰ মাজত ভুল বুজাবুজি আৰু বেয়া মনোভাৱ আপোনাক অস্থিৰ আৰু অসুখী কৰি ৰাখিব । অনাৱশ্যক ব্যয়ে আপোনাৰ সমস্যা অধিক বৃদ্ধি কৰিব । স্বাস্থ্যক লৈ বিশেষকৈ সতৰ্ক হওঁক ।
- কুম্ভ ৰাশি : আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত ভাল । সংসাৰত আন্তৰিকতা বৰ্তি থাকিব । বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দদায়ক মুহূৰ্ত উপভোগ কৰাৰ প্ৰবল ইংগিত আছে । সৰু সুৰাকৈ আনন্দদায়ক ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ।
- মীন ৰাশি : বিবাহিতৰ বাবে এইটো দিন ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

