ETV Bharat / state

কেবাটাও ভাল খবৰ কঢ়িয়াই আনিছে আজি দেওবাৰৰ দিনটোৱে; কোন জাতক/জাতিকাৰ ভাগ্য ভাল- জানো আহক

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আজি আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব। গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...

Daily Horoscope for 25th January 2026
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 5:33 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব । দিনটো বিপদাৰ আশংকা নাই । কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল । পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত । লক্ষ্যত সফল নহ'বও পাৰে ।
  2. বৃষ ৰাশি : নতুন ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে । কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ।
  3. মিথুন ৰাশি : নিৰুৎসাহিত হৈ পৰিব পাৰে । কাৰ্য কৰিবলৈ ভাগৰি পৰিব । ৰোগ হ’ব পাৰে । যোগ-অনুশীলন কৰাটো ভাল । নিজৰ ব্যৱসায়ত মনোযোগ দিব । কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ।
  4. কৰ্কট ৰাশি : নতুন ব্যৱসায়ৰ আৰম্ভণি কৰিব পাৰে । কৰ্ম জীৱনত নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে । নিজৰ কৰ্মত মনোযোগ দিব । কৰ্মত অধিক ব্যস্ত হʼব পাৰে । কৰ্ম কৰিলে লক্ষ্যত সফল হʼব । আজি ভাগ্য ভাল ।
  5. সিংহ ৰাশি : বিয়াৰ সংযোগত সফলতা লাভ । প্ৰেমৰ সম্পর্ক ভাল । বিবাহিৰ বাবে ভাল দিন । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ।
  6. কন্যা ৰাশি : দুৰ্ভাগ্য হʼব পাৰে । গ্ৰহৰ দশা ভাল নহয় । কাৰ্য কর্মত প্ৰভাৱ পৰিব পাৰে । মিশ্রিত খেলিমেলি হʼব পাৰে । সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ।
  7. তুলা ৰাশি : দিনটো ভাল । সফলতা লাভ । কৰ্ম-ব্যৱসায়ত সফল । বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব । কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ । বন্ধুৰ আৰু প্ৰেমৰ সম্পর্ক ভাল ।
  8. বৃশ্চিক ৰাশি : নিজৰ প্ৰতিভা ব্যৱহাৰ কাৰৰ উচিত । প্ৰেমৰ সম্পর্কত মনোযোগ দিব ।
  9. ধনু ৰাশি : কর্মৰ খাতিৰত সৰু যাত্রা হʼব পাৰে । এই যাত্রাই কৰ্ম-ব্যৱসায়ত সফলতা দিব । খৰচ বৃদ্ধি । প্ৰেমৰ সম্পর্ক ভাল । কার্য কর্ম বন্ধ কৰি আৰাম কৰিব । কৰ্ম জীৱন ভাল বন্ধু লাভ ।
  10. মকৰ ৰাশি : পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে । কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব । পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত । প্ৰশংসা লাভ ।
  11. কুম্ভ ৰাশি : পুৰণি বন্ধুৰ লগত পার্টী হʼব পাৰে । দিনটো বহুত । নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । কর্মত শান্ত হৈ থাকিব ।
  12. মীন ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব । কৰ্ম জীৱনত ভাল বন্ধু লাভ ।