ETV Bharat / state

জ্যোতিষ শাস্ত্ৰ মতে আপোনাৰ 25 ফেব্ৰুৱাৰীৰ দিনটো কেনে হ'ব, জানি লওক...

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আজি আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব ।গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...

Daily horoscope for 25th February 2026
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 4:40 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : নিজৰ কর্মত মুক্তি অনুভৱ কৰিব ৷ আনন্দময় দিন হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷
  2. বৃষ ৰাশি : ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ শান্ত হৈ থাকিব ৷
  3. মিথুন ৰাশি : কিছু সময়ৰ বাবে অকলে থাকিবলৈ মন যাব পাৰে ৷ শান্ত বা মধুৰ বাক্যই আপোনাক উৎসাহিত কৰিব ৷ ধ্যান বা যোগ কৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  4. কৰ্কট ৰাশি : চিন্তাধাৰাবোৰ ভাল হʼব ৷ ভাল পদোন্নতি হʼব পাৰে ৷ সফল হʼব ৷
  5. সিংহ ৰাশি : নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷
  6. কন্যা ৰাশি : নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷ চিন্তাধাৰাবোৰ প্ৰায় ভাল হʼব ৷
  7. তুলা ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ সফল হʼব ৷ প্ৰশংসা লাভ ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷
  8. বৃশ্চিক ৰাশি : যদি খনন কৰি কোনো বহুমূলীয়া ৰত্ন বা মণি পায়, তেনেহ’লে তাক সাধাৰণভাৱে নিজৰ জেপত ভৰাই সন্তুষ্ট মনৰে সেই ঠাইৰ পৰা গুচি যাব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ কৰ্ম-ব্যৱসায়ত নথিপত্র সুস্থিৰে পঢ়িহে চহী কৰিব ৷
  9. ধনু ৰাশি : আজি বিপদৰ শংকা নাই ৷ কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  10. মকৰ ৰাশি : দিনটোৰ আৰম্ভণি ভাল ৷ নিজৰ কর্মত মনোযোগ দিব ৷ সফল হʼব ৷
  11. কুম্ভ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ জীৱনত ভাল বন্ধু লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ কর্মত জীৱন ভাল ৷
  12. মীন ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ হতাশা নহ’ব ৷ পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷