কেবাটাও ভাল খবৰ কঢ়িয়াই আনিছে আজি দিনটোৱে; কোন জাতক/জাতিকাৰ ভাগ্য ভাল- জানো আহক
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?
দৈনিক ৰাশিফল (ETV Bharat)

Published : April 25, 2026 at 3:33 AM IST
- মেষ ৰাশি : আজি বিপদৰ আশংকা নাই ৷ দিনটো প্ৰায় ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- বৃষ ৰাশি : প্রিয় দিন ৷ নাম আৰু সুনাম হʼব ৷ কার্য-ব্যৱসায়ত সফল ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
- মিথুন ৰাশি : আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল ৷
- কৰ্কট ৰাশি : দিনটো ভাল ৷ মনোৰঞ্জনৰ নামত খৰচ বৃদ্ধি ৷
- সিংহ ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷
- কন্যা ৰাশি : ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে । বন্ধুৰ লগত পার্টী হʼব পাৰে ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ সন্ধিয়াটো নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
- তুলা ৰাশি : যুগল স্থিতি সম্মুখীন হʼব ৷ দুঃচিন্তাৰ কাৰণ হʼব পাৰে ৷ মানসিক অশান্তি হতাশা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
- বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কর্মত শান্ত হৈ থাকিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাসকলে সফল হʼব ৷
- ধনু ৰাশি : দিনটো ভাল ৷ সফল লাভ ৷ সক্ৰিয় অনুভৱ হʼব ৷ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
- মকৰ ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ যুক্তিৰে সকলো চিন্তা কৰিব ৷
- কুম্ভ ৰাশি : সক্ৰিয় দিন ৷ মানসিক চিন্তা হ’ব ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল ৷ প্ৰশংসা লাভ ৷
- মীন ৰাশি : নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিব ৷ যুক্তিসূত্ৰ সকলো কথা চিন্তা কৰিব ৷

